অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২ মে'

১৯২০ - বসন্তৰাও দেশপাণ্ডে, ভাৰতীয় গায়ক আৰু চিতাৰ বাদক। ১৯২১ - সত্যজিৎ ৰায়, ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯২৮ - মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী। ১৯৫৯ - সৌম্যা স্বামীনাথন, ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ। ১৯৬৯ - ব্ৰায়ান লাৰা, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।

হালনাগাদ: ২ মে’ ২০২৩ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জন্ম

  • ১৯২০ - বসন্তৰাও দেশপাণ্ডে, ভাৰতীয় গায়ক আৰু চিতাৰ বাদক।
  • ১৯২১ - সত্যজিৎ ৰায়, ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯২৮ - মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
  • ১৯৫৯ - সৌম্যা স্বামীনাথন, ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ।
  • ১৯৬৯ - ব্ৰায়ান লাৰা, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৭৫ - ডেভিড বেকহাম, ইংৰাজ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫১৯ - লিঅ'নাৰ্ড' দা ভিন্সি, বিশ্ব বিখ্যাত চিত্ৰশিল্পী।
  • ১৯২৮ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। তেখেতৰ জন্ম হৈছিল ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে।
  • ১৯৭৫ - পদ্মজা নাইডু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
  • ২০০৫ - জেহিৰুল হুছেইন, অসমীয়া সাহিত্যিক।

দিৱস

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৩৮৭৭ (২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।