ঘটনাৱলী
- ১৭৪২ - লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ।
- ১৯৯৬ - এইচ ডি দেৱেগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
- ২০২৩ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে।
জন্ম
- ১৮৮৩ - বিনায়ক দামোদৰ সাভাৰকাৰ, হিন্দু মহাসভাৰ সদস্য।
- ১৯২৩ - এন টি ৰামা ৰাও, ভাৰতৰ জনপ্ৰিয় অভিনেতা, প্ৰযোজক, পৰিচালক আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (মৃত্যুঃ ১৮/০১/১৯৯৬)
- ১৯৩০ - ফ্ৰাঙ্ক ড্ৰেক, আমেৰিকান (আমেৰিকা যুক্তৰাষ্ট্ৰ) জ্যোতিৰ্বিজ্ঞানী (জ্যোতিৰ্বিজ্ঞান) আৰু জ্যোতিঃপদাৰ্থবিজ্ঞানী।
- ১৯৩৩ - চৰণ নাৰ্জাৰী, অসমৰ ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক।
- ১৯৪৬ - কে সচিদানন্দন, ভাৰতীয় কবি আৰু সমালোচক।
- ১৯৫২ - পিনাকী চন্দ্ৰ ঘোষ, ভাৰতৰ প্ৰথম লোকপাল।
- ১৯৫২ - অৰুণ নাথ, অসমীয়া অভিনেতা।
মৃত্যু
- ১৯৩৭ - আলফ্ৰেড এডলাৰ, অষ্ট্ৰীয়াৰ মনোবিজ্ঞানী।
- ২০১৪ - মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
দিৱস আৰু অন্যান্য
- গণতন্ত্ৰ দিৱস (নেপাল)।
- বিশ্ব মহিলা স্বাস্থ্য কৰ্ম দিৱস।
- ঋতুস্ৰাৱ স্বাস্থ্য দিৱস।
বহিঃসংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৭৫৪১ (২৯ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।