অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ মে'

২০১৩ - মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। ১৬৮৬ - ডেনিয়েল গেব্ৰীয়েল ফাৰেণহাইট, নেদাৰলেণ্ডৰ (হলেণ্ড) ভৌতিক বিজ্ঞানী, ফাৰেণহাইট তাপ-স্কেল আৰু মাৰ্কুৰীথাৰ্মোমিটাৰৰ বাবে জনাজাত। (মৃত্যু: ১৭৩৬) ১৮৯৯ - কাজী নজৰুল ইছলাম, বাংলাদেশী সঙ্গীতজ্ঞ।

হালনাগাদ: ২৫ মে’ ২০২৪ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ২০১৩ - মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।

জন্ম

  • ১৬৮৬ - ডেনিয়েল গেব্ৰীয়েল ফাৰেণহাইট, নেদাৰলেণ্ডৰ (হলেণ্ড) ভৌতিক বিজ্ঞানী, ফাৰেণহাইট তাপ-স্কেল আৰু মাৰ্কুৰীথাৰ্মোমিটাৰৰ বাবে জনাজাত। (মৃত্যু: ১৭৩৬)
  • ১৮৯৯ - কাজী নজৰুল ইছলাম, বাংলাদেশী সঙ্গীতজ্ঞ।
  • ১৯৪০ - মওদুদ আহমেদ, বাংলাদেশী ৰাজনীতিবিদ আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৯৪১ - বব ডিলন, আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি।
  • ১৯৪২ - জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট, স্কটিছ ৰসায়ন বিজ্ঞানী।
  • ১৯৮৮ - থোনাকল গোপী, ভাৰতীয় এথলেট।

মৃত্যু

  • ১৫৪৩ - নিক'লাচ ক'পাৰ্নিকাচ, পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, 'পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, বৰং সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ'-এই কথাষাৰৰ আৱিষ্কাৰক।
  • ১৯৮৫ - কুমাৰ কিশোৰ, অসমৰ ঔপন্যাসিক। তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। (জন্ম: ১৯৮৫)
  • ১৯৮৯ - তৃপ্তি মিত্ৰ, ভাৰতীয় অভিনেত্ৰী।
  • ২০১১ - কবীন ফুকন, অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ (জন্ম: ১৯৪৬ চন)।
  • ২০২১ - দাৰা আহমেদ, অসমীয়া চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা।
  • ২০২৪ - হৰেন্দ্ৰনাথ দাস, অসমৰ প্ৰাক্তন মুখ্য সচিব, অৰ্থনীতিবিদ আৰু লেখক।

দিৱস

  • স্বাধীনতা দিৱস (ইৰিত্ৰিয়া)
  • আন্তৰ্জাতিক ভাতৃ দিৱস।

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ মে'” প্ৰবন্ধৰ সংশোধন ৪২১৫৮৪ (২৫ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।