অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২১ জুন

জন্ম মৃগেন শৰণীয়া

হালনাগাদ: ৮ জুন ২০২৪ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জন্ম মৃগেন শৰণীয়া

ঘটনাৱলী

  • ১৯৪৮ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
  • ১৯৪৮ - পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
  • ১৯৭৭ - জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  • ১৯৯১ - মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে।
  • ২০০৬ - প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়।
  • ২০১৪ - উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন। অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট।

জন্ম

  • ১৯৮১ - এডৱাৰ্ড জোচেফ স্ন'ডেন, আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি.আই.এ. আৰু এন.এচ.এ.ৰ প্ৰাক্তন কৰ্মী।
  • ১৯৩২ - নিগাৰ চুলতানা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫৩ - বেনাজিৰ ভুট্টো, পাকিস্তানী ৰাজনীতিবিদ।
  • ১৯৮২ - ৰাজকুমাৰ উইলিয়াম, গ্ৰেট বৃটেনৰ ৰাজকুমাৰ, ডিউক অব কেমব্ৰিজ।
  • ১৯৯১ - তাছি আৰু নুংচি মালিক, সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় যমজ ভগ্নী।

মৃত্যু

  • ১৮৫২ - ফ্ৰেড্ৰিক ফ্ৰ'বেল, জাৰ্মান ধৰ্মযাজক আৰু কিণ্ডাদাৰগাৰ্টেন স্কুল ব্যৱস্থাৰ উদ্ভাৱক। (জঃ ২১/০৪/১৭৮২)
  • ১৯৫৭ - যোহানেচ্ ষ্টাৰ্ক, বিখ্যাত জাৰ্মান পদাৰ্থবিজ্ঞানী। (জঃ ১৫/০৪/১৮৭৪)
  • ১৯৯৯ - পৰাগধৰ চলিহা, অসমীয়া শিক্ষাবিদ, ৰাজনীতিবিদ, অভিনেতা আৰু সংগীতজ্ঞ।
  • ২০২০ - শীলা বৰঠাকুৰ, ভাৰতীয় সমাজসেৱী আৰু লেখিকা।
  • ২০২২ - ৰবীন বৰুৱা, অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী।

দিৱস

সম্পৰ্কিত শ্ৰেণী

জুন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ জুন” প্ৰবন্ধৰ সংশোধন ৪২২৪৯৩ (৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।