অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৮ জানুৱাৰী

১৮ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ১৭ জানুৱাৰী ২০২৪ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

১৮ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৬৭৮ - সাহিত্যিকজন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।

জন্ম

  • ১৮৪২ - মহাদেৱ গোবিন্দ ৰানডে, ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক।
  • ১৯৭২ - বিনোদ কাম্বলি, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৩৬ - ৰুডয়াৰ্ড কিপলিং, সাহিত্যৰ নোবেল বঁটা (১৯০৭ চন) বিজেতা ইংৰাজ সাহিত্যিক। তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক।
  • ১৯৪০ - কনকলাল বৰুৱা, অসমীয়া সাহিত্যিক আৰু বুৰঞ্জীবিদ।
  • ১৯৪৭ - কুন্দন লাল ছাইগল, ভাৰতীয় কণ্ঠশিল্পী।
  • ২০০৩ - হৰিবংশ ৰায় বচ্চন, ভাৰতীয় কবি আৰু লেখক।
  • ২০১২ - এন্থনি গনছালভেছ, ভাৰতীয় সংগীতজ্ঞ।
  • ২০১৭ - ড॰ জহৰুল হক, ইছলামিক বিদ্বান।

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০২৭০৫ (১৭ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।