অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১২ ছেপ্টেম্বৰ

১৩৯৮ - তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায়। ১৬২৪ - ইংলেণ্ডৰ টেমছ্ (থেমছ্) নদীত প্ৰথমবাৰৰ বাবে ক'ৰনেলিয়াছ ভন ড্ৰেবেলে (Cornelius Van Drebbel) ৰাজহুৱাকৈ ইংলেণ্ডৰ ৰজা জেমছ প্ৰথমৰ বাবে ছাবমেৰিনৰ পৰীক্ষণ কৰিছিল।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৩ ৪০৭ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৩৯৮ - তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায়।
  • ১৬২৪ - ইংলেণ্ডৰ টেমছ্ (থেমছ্) নদীত প্ৰথমবাৰৰ বাবে ক'ৰনেলিয়াছ ভন ড্ৰেবেলে (Cornelius Van Drebbel) ৰাজহুৱাকৈ ইংলেণ্ডৰ ৰজা জেমছ প্ৰথমৰ বাবে ছাবমেৰিনৰ পৰীক্ষণ কৰিছিল।
  • ১৭৮৬ - লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয়।
  • ১৯৬৬ - ভাৰতৰ মিহিৰ সেনে ৪০ মাইল দূৰত্বৰ দাৰদানেল (Dardanelles - গেলিপ'লি, ইউৰোপৰ পৰা ছেডুলবাহিৰ, এছিয়া মাইনৰ) ১৩ ঘণ্টা ৫৫ মিনিটত সাঁতুৰি পাৰ হৈ বিশ্বৰ প্ৰথম ব্যক্তি হৈ পৰে।
  • ১৯৫৯ - ৰাছিয়ই লুনা-২ উৎক্ষেপণ কৰে চন্দ্ৰলৈ। প্ৰথমবাৰৰ বাবে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা আৰু মহাকাশৰ যিকোনো বস্তুৰ সংস্পৰ্শত অহা মহাকাশযান।
  • ১৯৭০ - চন্দ্ৰ অভিমুখে ৰাছিয়াৰ অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ কৰে। চন্দ্ৰত অৱতৰণ কৰি প্ৰথমবাৰৰ বাবে তাৰপৰা চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়িয়াওৱা মহাকাশযান।
  • ১৯৮৩ - ব্ৰজনাথ শৰ্মাক তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'ৰ দ্বাৰা আনুষ্ঠানিক 'অভিনয়াচাৰ্য' অভিধা প্ৰদান কৰা হয়।
  • ২০০১ - ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে।

জন্ম

  • ১৪৯৪ - ফ্ৰান্সিছ প্ৰথম, ফ্ৰান্সৰ ৰজা।
  • ১৮৯৪ - বিভূতিভূষণ বন্দ্যোপাধ্যায়, প্ৰসিদ্ধ বঙালী সাহিত্যিক, তেওঁৰ প্ৰসিদ্ধ উপন্যাস হ’ল ‘পথেৰ পাঁচালি’।
  • ১৮৯৭ - ইৰেন জোলিঅ কুৰী, ফৰাচী বিজ্ঞানী, ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯১২ - ফিৰোজ গান্ধী, সাংসদ তথা বিশষ্ট অৰ্থনীতিবিদ। তেওঁ ইন্দিৰা গান্ধীৰ স্বামী আৰু ৰাজীৱ গান্ধীৰ পিতৃ আছিল।
  • ১৯১৩ - জেছি অ'ৱেন্স, ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ অন্যতম মহান এথ্‌লিট।
  • ১৯১৪ - দীননাথ শৰ্মা, আৱাহন যুগৰ অসমীয়া গল্পকাৰ।
  • ১৯৩৫ - হাৰ্ভি জে. অল্টাৰ, আমেৰিকান চিকিৎসা গৱেষক, ভাইৰাছবিদ আৰু চিকিৎসক।
  • ১৯৪৫ - ৰিচাৰ্ড থেলাৰ, আমেৰিকান অৰ্থনীতিবিদ।
  • ১৯৫৮ - ৱিলফ্ৰেড বেনিটেজ, আমেৰিকাৰ বক্সিং খেলুৱৈ। বিশ্বৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন খেলুৱৈ।
  • ১৯৭৩ - প'ল ৱাকাৰ, হলীউডৰ অভিনেতা, ফাষ্ট এণ্ড ফিউৰিয়াছ কথাছবিৰ বাবে বিখ্য়াত।
  • ১৯৮১ - জেনিফাৰ হাডছন, হলীউডৰ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮৮ - প্ৰাচী দেশাই, বলীউডৰ অভিনেত্ৰী।
  • ১৯৯৪ - কিম নাম জুন (Kim Nam-joon) বা আৰ এম (RM or Rap Monster), দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় ৰেপ গায়ক।

মৃত্য়ু

  • ১৮৬৯ - পিটাৰ মাৰ্ক ৰ'জেট (Peter Mark Roget), ইংৰাজ অভিধানবিদ আৰু উদ্ভাৱক।
  • ১৯১৮ - মেক্সিমি বাচাৰ (Maxime Bôcher), আমেৰিকান গণিতজ্ঞ, এলজেব্ৰা, গণিতৰ সূত্ৰ আৰু শৃংখলাৰ ওপৰত ১০০ খন গৱেষণা পত্ৰ প্ৰকাশ কৰা বাবে বিখ্য়াত। (জঃ ২৮ আগষ্ট, ১৮৬৭)
  • ১৯৯২ - এণ্ঠনী পাৰ্কিনছ, হলীউডৰ অভিনেতা।
  • ২০০৩ - জনী কেছ, আমেৰিকান সংগীতজ্ঞ।
  • ২০০৯ - নৰমান বৰলাগ (Norman Borlaug), আমেৰিকাৰ বিশ্ব বিখ্য়াত কৃষি বিজ্ঞানী, সেইজ বিপ্লৱৰ পিতৃ পুৰুষ, ন'বেল বিজয়ী।
  • ২০১০ - স্বৰ্ণলতা, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ২০১৩ - ৰেই ডলবী (Ray Dolby), ডলবী শব্দ ব্য়ৱস্থাৰ উদ্ভাৱক আৰু ডলবী গৱেষণাগাৰৰ প্ৰতিষ্ঠাপক।

দিৱস

  • ৰাষ্ট্ৰ সংঘৰ দক্ষিণ-দক্ষিণ সহযোগিতা দিৱস। (United Nations Day for South-South Cooperation)
  • ৰাষ্ট্ৰীয় দিৱস (কেপ ভাৰ্দে)।
  • প্ৰেৰণা দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)।

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৭৭৬৬৬ (১১ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।