অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিচাৰ্ড থেলাৰ

ৰিচাৰ্ড এইছ. থেলাৰ (;জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৪৫) এজন আমেৰিকান অৰ্থনীতিবিদ আৰু চিকাগ' বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছৰ ব্যৱহাৰবাদী অৰ্থনীতিৰ ৰাল্ফ আৰু ডৰথী বিশিষ্ট সেৱা আসনৰ অধ্যাপক। অৰ্থনীতিৰ এক নতুন ধাৰা ব্যৱহাৰবাদী অৰ্থনীতিৰ শাখা ব্যৱহাৰবাদী বিত্তৰ সূত্ৰকাৰ হিচাপে তেওঁ পৰিচিত।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৪ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰিচাৰ্ড এইছ. থেলাৰ (;জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৪৫) এজন আমেৰিকান অৰ্থনীতিবিদ আৰু চিকাগ' বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছৰ ব্যৱহাৰবাদী অৰ্থনীতিৰ ৰাল্ফ আৰু ডৰথী বিশিষ্ট সেৱা আসনৰ অধ্যাপক।

অৰ্থনীতিৰ এক নতুন ধাৰা ব্যৱহাৰবাদী অৰ্থনীতিৰ শাখা ব্যৱহাৰবাদী বিত্তৰ সূত্ৰকাৰ হিচাপে তেওঁ পৰিচিত। তেওঁ ডেনিয়েল কাহনেমেনৰ লগত লগ লাগি ব্যৱহাৰবাদী অৰ্থনীতিৰ ন ন দিশ উন্মোচন কৰে। ২০১৭ চনত ব্যৱহাৰবাদী অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ অৱদানৰ বাবে তেওঁক অৰ্থনীতিৰ নোবেল স্মৃতি বঁটা প্ৰদান কৰা হয়।১২৩৪

ব্যক্তিগত জীৱন

১৯৪৫ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে ৰিচাৰ্ড এইছ. থেলাৰৰ আমেৰিকাৰ নিউ জাৰ্চিৰ ইষ্ট অৰেঞ্জত জন্ম হৈছিল। তেওঁৰ পিতৃ এলেন এম. থেলাৰ এজন বীমা গাণনিক বিষয়া আৰু মাতৃ ৰোজলীন এগকাৰী শিক্ষয়িত্ৰী আছিল।৫৬৭৮ তেওঁলোক ইহুদী সম্প্ৰদায়ৰ লোক আছিল।৯ তেওঁৰ পত্নী ফ্ৰাঞ্চ লেকলাৰ্ক এগৰাকী মাৰ্কেটিংৰ অধ্যাপক আছিল। তেওঁৰ তিনি সন্তানৰ পিতৃ।১০

প্ৰকাশিত গ্ৰন্থৰাজি

  • Thaler, Richard H. 1992. The Winner's Curse: Paradoxes and Anomalies of Economic Life. Princeton: Princeton University Press.
  • Thaler, Richard H. 1993. Advances in Behavioral Finance. New York: Russell Sage Foundation.
  • Thaler, Richard H. 1994. Quasi Rational Economics. New York: Russell Sage Foundation.
  • Thaler, Richard H. 2005. Advances in Behavioral Finance, Volume II (Roundtable Series in Behavioral Economics). Princeton: Princeton University Press.
  • Thaler, Richard H., and Cass Sunstein. 2009 (updated edition). Nudge: Improving Decisions About Health, Wealth, and Happiness. New York: Penguin.
  • Thaler, Richard H. 2015. Misbehaving: The Making of Behavioral Economics. New York: W. W. Norton & Company.

তথ্যসূত্ৰ

  1. ↑ Appelbaum, Binyamin. (October 9, 2017). Nobel in Economics Is Awarded to Richard Thaler. The New York Times
  2. ↑ Gauthier-Villars, David. (October 9, 2017). Nobel Prize in Economics Awarded to American Richard Thaler. The Wall Street Journal
  3. ↑ Keyton, David; Heintz, Jim. (October 9, 2017). American Richard Thaler wins Nobel Prize in Economics. Associated Press via USA Today
  4. ↑ Tetlow, Gemma. (October 9, 2017). Richard Thaler awarded 2017 Nobel prize in economics. Financial Times
  5. ↑ Masters Series Interview with Richard H. Thaler, PhD - IMCA - Commentaries - Advisor Perspectives. www.advisorperspectives.com
  6. ↑ Richard H. Thaler
  7. ↑ Alan M. Thaler's Obituary on The Arizona Republic. The Arizona Republic
  8. ↑ Roslyn Melnikoff Thaler's Obituary on The Arizona Republic. The Arizona Republic
  9. ↑ JINFO. Jewish Economists. www.jinfo.org
  10. ↑ Profile: Richard Thaler, University of Chicago Booth School of Business professor

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিঅৰ্থনীতিবিদঅৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিচাৰ্ড থেলাৰ” প্ৰবন্ধৰ সংশোধন ৪৩১৯৭৫ (১৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।