অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হীৰ (১৯৫৫ চনৰ চলচ্চিত্ৰ)

হীৰ (পঞ্জাবী: ھیر, ইংৰাজী: Heer) ১৯৫৫ চনত নিৰ্মিত জে চি আনন্দৰ দ্বাৰা নিৰ্মিত এখন পাকিস্তানী পঞ্জাবী ভাষাৰ ছবি৷ ছবিখন নাজিৰে পৰিচালনা কৰিছিল আৰু স্বৰণ লতা আৰু ইনায়ত হুছেইন ভট্টীয়ে নাম ভূমিকাত অভিনয় কৰিছিল। ৱাৰিছ শ্বাহৰ পঞ্জাবী লোককথা হীৰ ৰাঞ্জাৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৫ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

হীৰ (পঞ্জাবী: ھیر, ইংৰাজী: Heer) ১৯৫৫ চনত নিৰ্মিত জে চি আনন্দৰ দ্বাৰা নিৰ্মিত এখন পাকিস্তানী পঞ্জাবী ভাষাৰ ছবি৷ ছবিখন নাজিৰে পৰিচালনা কৰিছিল আৰু স্বৰণ লতা আৰু ইনায়ত হুছেইন ভট্টীয়ে নাম ভূমিকাত অভিনয় কৰিছিল। ৱাৰিছ শ্বাহৰ পঞ্জাবী লোককথা হীৰ ৰাঞ্জাৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।১

১৭৬৬ চনত ৱাৰিছ শ্বাহৰ কবিতা হীৰ ৰাঞ্জাত উপস্থাপন কৰা পঞ্জাবৰ কৰুণ ৰোমাঞ্চৰ পুনৰাবৃত্তিৰ আধাৰত নিৰ্মিত এই ছবিখনত হীৰ ছিয়াল আৰু ধীদো ৰাঞ্জাৰ মাজত হোৱা প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে।২

হীৰ আছিল কৰাচী ভিত্তিক প্ৰথমখন পঞ্জাবী ছবি।১

অভিনয়

অভিনেতাচৰিত্ৰ
স্বৰণ লতাহীৰ৩৪
ইনায়ত হুছেইন ভট্টীৰাঞ্জা৩৪
ৰেখামাল্কী (হীৰৰ মাতৃ)
এম. আজমলকাইদো (হীৰৰ খুৰা)
নজৰসৈয়দ খেৰা (হীৰৰ পতি)৩৪
জীনত বেগমশেঠী (সৈয়দৰ ভগ্নী)৩৪
ইমদাদ হোছেইনভাংগী

সংগীত

ছবিখনৰ সংগীতৰ সুৰ কৰিছে ছাফদাৰ হুছেইনে আৰু নেপথ্য গায়কসকল হৈছে ইনায়ত হুছেইন ভট্টী, মুনাৱৰ চুলতানা, ইমদাদ হুছেইন আৰু জুবেইদা খানুম৷৪

• "ঢোলে দিলে দা জনী আজয় নাহিঁ আয়া" জুবেইদা খানুমৰ কণ্ঠ, বাবা আলম বাবা আসম ছিয়াফছ কথা আৰু ছাফদাৰ হুছেইনৰ সংগীত

• "আছান জান কে মিত লাই আখ ৱেই" জুবেইদা খানুমৰ কণ্ঠ, বাবা আলম ছিয়াফছৰ কথা

• "হুন বেৰিয়াঁ নুন কৰ লেই বুণ্ড নি, খুল্লা ছগ্গা পাঁ ৱাল্লিয়ে" ইনায়ত হুছেইন ভট্টী আৰু অন্যান্যৰ কণ্ঠত এটি ভাংৰা গীত, গীতৰ কথা হাজিন কাদ্ৰী আৰু সংগীত ছাফদাৰ হুছেইনৰ

• "ছাহোঁ সজানা দে মিলনে দি তাং আয়ে" কণ্ঠদান কৰিছে ইনায়ত হুছেইন ভট্টি, গীতৰ কথা হাজিন কাদ্ৰী

• "আখাঁ মিলিয়াঁ গুলাবি নেইনা নাল জী" জুবেইদা খানুমৰ কণ্ঠ, হাজিন কাদ্ৰীৰ কথা, ছাফদাৰ হুছেইনৰ সংগীত

তথ্যসূত্ৰ

  1. ↑ Muhammad Suhayb. (31 July 2022). FLASHBACK: THE HOUSE THAT J. C. BUILT (film producer of this film). Dawn newspaper
  2. ↑ Arif Jamshaid. The epic of Heer Ranjha, research paper on epic poem written by Waris Shah in 1766. Academy of the Punjab in North America (APNA) website
  3. ↑ Alan Goble. Heer (1955 film). Complete Index To World Film (CITWF) website
  4. ↑ Heer (1955 film). Upperstall.com website

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰ (১৯৫৫ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮২০০১ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।