অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সূৰ্যকান্তা পাটিল

সূৰ্য্যকান্তা পাটিল (জন্ম ১৫ আগষ্ট ১৯৪৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলী আৰু নন্দেদক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য আছিল।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

সূৰ্য্যকান্তা পাটিল (জন্ম ১৫ আগষ্ট ১৯৪৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলী আৰু নন্দেদক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য আছিল। পিছলৈ ২০১৪ চনত তেওঁ কংগ্ৰেছ দলৰ পদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে৷ তেওঁক সংগ দিয়ে ড. মাধৱৰাও কিনহালকাৰে৷১২

তেওঁ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ জন্মস্থান মহাৰাষ্ট্ৰৰ ৱাইফানা৷ ১৯৬৬ চনত তেওঁ আৰ বে মাস্কেৰ সৈতে বৈবাহিক বান্ধোনত বান্ধ খায়৷ তেওঁ ১৯৯১-৯৬, ৯৮-৯৯ আৰু ২০০৪-০৯ লৈকে তিনিটা কাৰ্যকাল লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ অন্যহাতে ১৯৮৬ চনৰ পৰা ১৯৯১ চনলৈকে ৰাজ্যসভাত মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে৷

ৰাজনীতিত জড়িত হোৱাৰ তেওঁ সংবাদমাধ্যমৰ লগতো জড়িত হৈছিল৷ তেওঁ মাৰাঠী ভাষাৰ দৈনিক কাকত গোদাৱৰী টাইমছৰ সম্পাদক আছিল৷ তেওঁ জিলা সাংবাদিক সন্থাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল, যি আছিল (অখিল ভাৰতীয় পত্ৰকাৰ পৰিষদৰ সৈতে জড়িত এক অনুষ্ঠান৷ ইয়াৰ লগত তেওঁ ১৯৮০ চনৰ পৰা জড়িত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ (২৬ ছেপ্টেম্বৰ, ২০১৪). নিৰ্বাচনৰ পূৰ্বে এন চি পিয়ে শিৱসেনালৈ নেতাৰ পলায়ন দেখিছে, বিজেপি. প্ৰথম পোষ্ট
  2. ↑ (Sep 26, 2014). Ahead of polls, NCP sees exodus of leaders to Shiv Sena, BJP. First Post

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজ্যসভাৰ সাংসদমহাৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰ্যকান্তা পাটিল” প্ৰবন্ধৰ সংশোধন ৪৭৭৬৪২ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।