জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (Nationalist Congress Party) চমুকৈ NCP, ভাৰতৰ অন্যতম জাতীয় দল।১ এই দলটোৱে সাধাৰণতে ভাৰতীয় জাতীয়তাবাদ আৰু গান্ধী ধৰ্মনিৰপেক্ষতাক সমৰ্থন কৰে।২ ই মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ বিৰোধী দল আৰু নাগালেণ্ডৰ তৃতীয় বৃহত্তম দল। আন ৰাজ্যতো ই এক উল্লেখযোগ্য দল।
নীতি-আদৰ্শ
এনচিপিৰ মুম্বাইৰ সভাপতি নবাব মলিকৰ মতে দলটোৱে ভাৰতৰ একত্ৰীকৰণৰ পোষকতা কৰে, লগতে ভাৰত, পাকিস্তান আৰু বাংলাদেশ পুনৰ এক দেশ হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। মালিকে ইয়াক জাৰ্মানীৰ পুনৰ একত্ৰীকৰণৰ সৈতে তুলনা কৰিছিল আৰু কৈছিল "যদি বাৰ্লিনৰ দেৱাল ভাঙিব পৰা যায়, তেন্তে ভাৰত, পাকিস্তান আৰু বাংলাদেশ কিয় একত্ৰিত নহয়?"৩
তথ্যসূত্ৰ
- ↑ Recognized Political Parties:ECI. eci.gov.in
- ↑ Pawar praises Uddhav; says NCP committed to Gandhi-Nehru ideology. Business Standard India
- ↑ (23 November 2020). NCP will welcome BJP's decision to merge India, Pakistan, Bangladesh, says Maharashtra minister. Scroll.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি” প্ৰবন্ধৰ সংশোধন ৩৭০৭৩৯ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।