অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ

সিদ্ধাৰ্থ নাৰায়ণ (சித்தார்த்) (জন্ম: ১৭ এপ্ৰিল ১৯৭৯) মূলতঃ এজন তামিল চলচ্চিত্ৰ অভিনেতা, গায়ক, লেখক আৰু পৰিচালক। ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষা সাং কৰি সিদ্ধাৰ্থই চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত খোজ দিয়ে আৰু মণি ৰত্নমৰ সহায়ক হিচাপে কাম কৰে।

হালনাগাদ: ৯ মে’ ২০২৪ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সিদ্ধাৰ্থ নাৰায়ণ (சித்தார்த்) (জন্ম: ১৭ এপ্ৰিল ১৯৭৯) মূলতঃ এজন তামিল চলচ্চিত্ৰ অভিনেতা, গায়ক, লেখক আৰু পৰিচালক। ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষা সাং কৰি সিদ্ধাৰ্থই চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত খোজ দিয়ে আৰু মণি ৰত্নমৰ সহায়ক হিচাপে কাম কৰে। ২০০৩ চনত শংকৰৰ 'বয়্‌‍জ' বোলছবিৰ যোগেদি তেওঁ অভিনয়ৰ জগতত প্ৰৱেশ কৰে। এই বোলছবিখনৰ সফলতাই তেওঁক মণি ৰত্নমৰ Aayutha Ezhuthu (২০০৪) বোলছবিত অভিনয় কৰাৰ সুযোগ দিয়ে। ইয়াৰ পাছত তেওঁ নুভোষ্তান্তে নিনদান্তানা (২০০৫), ৰংগ দে বচন্তি আৰু ব'ম্মাৰিল' (২০০৬) ছবিৰ জৰিয়তে তেলুগু আৰু হিন্দী চলচ্চিত্ৰ জগতত সমালোচকৰ প্ৰশংসা আৰু ব্যৱসায়িক সফলতা লাভ কৰে। ষ্ট্ৰাইকাৰ (২০১০) আৰু ফেণ্টাচী ছবি ''আনাগানাগা অ' ধীৰুদু' (২০১১) বোলছবিত তেওঁ ক্ৰমে এজন কেৰম খেলুৱৈ আৰু এজন অন্ধ যোদ্ধাৰ চৰিত্ৰ অভিনীত কৰে। কিছু কালৰ বিৰতিৰ পাছত তেওঁ ২০১১ চনত তামিল বোলছবি জগতলৈ উভতি বালাজী মোহনৰ সফল ৰোমাণ্টিক হাস্য ছবি Kadhalil Sodhappuvadhu Yeppadi (২০১২) প্ৰযোজনা কৰে। ২০১৪ চনো সিদ্ধাৰ্থৰ বাবে সফল বৰ্ষ পৰিগণিত হয়। Jigarthanda বোলছবিত তেওঁ ৰূপায়ন কৰা নৱাগত বোলছবি নিৰ্মাতা আৰু Kaaviya Thalaivan বোলছবিত ১৯২০ দশকৰ মাদ্ৰাছ থিয়েটাৰৰ এজন অভিনেতাৰ চৰিত্ৰৰ বাবে তেওঁ প্ৰশংসিত হয়।

Early life

Siddharth was born to a Tamil-speaking family in Chennai, India on 17 April 1979.

সিদ্ধাৰ্থ টিচএআইডিসৰ ৰেকোডিং চিজন বছৰ ২০১৩
সিদ্ধাৰ্থ টিচএআইডিসৰ ৰেকোডিং চিজন বছৰ ২০১৩ছবি: TeachAIDS · CC BY-SA 2.0

চলচ্চিত্ৰপঞ্জী

অভিনেতা

বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
2002Kannathil MuthamittalBus passengerতামিলUncredited role
2003BoysMunnaতামিলITFA Best New Actor Award
2004Aaytha EzhuthuArjunতামিল
2005Nuvvostanante NenoddantanaSantoshতেলেগুFilmfare Award for Best Actor – তেলেগু
2006Chukkallo ChandruduArjunতেলেগুAlso writer
2006Rang De BasantiKaran Singhaniaহিন্দী ভাষাScreen Award for Most Promising Newcomer - Male Nominated—Filmfare Best Male Debut Award Nominated—Filmfare Best Supporting Actor Award Nominated—Zee Cine Award for Best Male Debut Nominated—Zee Cine Award for Best Actor in a Supporting Role – Male Nominated—IIFA Award for Star Debut of the Year – Male Nominated—Stardust Award for Superstar of Tomorrow – Male Nominated—GIFA Best Male Debut Award
2006BommarilluSiddharth (Siddhu)তেলেগুNominated—Filmfare Award for Best Actor – তেলেগু
2007AataSri Krishnaতেলেগু
2007Blood Brothers | | Arjun Dutt | | হিন্দী ভাষা |- | 2009 | | কঁচেম ইস্টম কঁচেম কোষ্টম | | Siddharth (Siddhu) | | তেলেগু | | |- | 2009 | | Oy! | | Uday | | তেলেগু | | |- | 2010 | | Striker | | Suryakant Sarang | | হিন্দী | | |- | 2010 | | Baava | | Veera Babu | | তেলেগু | | |- | 2011 | | আনাগানাগা অ' ধীৰুদু | | Yodha | | তেলেগু | | |- | 2011 | | 180 | | rowspan="2" | Ajay Kumar (Mano) | | তেলেগু | | |- | 2011 | | Nootrenbadhu | | তামিল | | |- | 2011 | | অ' মাই ফ্ৰে'ণ্ড | | Chandu | | তেলেগু | | |- | 2012 | | Kadhalil Sodhappuvadhu Yeppadi | | rowspan="2" | Arun | | তামিল | | |- | 2012 | | Love Failure | | তেলেগু | | |- | 2013 | | Midnight's Children | | Shiva | | English | | |- | 2013 | | Jabardasth | | Bairraju | | তেলেগু | | |- | 2013 | | Baadshah | | Siddharth | | তেলেগু | | Cameo appearance |- | 2013 | | Chashme Baddoor | | Jai | | হিন্দী | | |- | 2013 | | Udhayam NH4 | | Prabhu | | তামিল | | |- | 2013 | | Theeya Velai Seiyyanum Kumaru | | rowspan="2" | Kumar | | তামিল | | |- | 2013 | | Something Something | | তেলেগু | | |- | 2014 | | Jigarthanda | | Karthik Subramaniam | | তামিল | | |- | 2014 | | Kaaviya Thalaivan | | Thalaivankottai Kaliappa Bhagavathar | | তামিল | | Post-production |- | 2014 | | Enakkul Oruvan''তামিলFilming

প্ৰযোজক

YearFilmভাষাNotes
2012Kadhalil Sodhappuvadhu Yeppadiতামিল
2012Love Failureতেলেগু

নেপথ্য গায়ক

বৰ্ষশিৰোনামভাষাসংগীতসংগীতকাৰ
2006Chukkallo Chandruduতেলেগু"Everybody", "Edhalo Epudo"Chakri
2006Bommarilluতেলেগু"Appudo Ippudo"Devi Sri Prasad
2007Aataতেলেগু"Ninu chusthunte"Devi Sri Prasad
2008Santosh Subramaniamতামিল"Adada Adada"Devi Sri Prasad
2009Oy!তেলেগু"Oy Oy"Yuvan Shankar Raja
2010Strikerহিন্দী"Bombay Bombay", "Haq Se"Amit Trivedi, Yuvan Shankar Raja
2010Baavaতেলেগু"Baava Baava"Chakri
2011Oh My Friendতেলেগু"Maa Daddy Pockets", "Sri Chaitanya Junior College"Rahul Raj
2012Kadhalil Sodhappuvadhu Yeppadiতামিল"Parvathi Parvathi", "Ananda Jaladosam"Thaman
2013Udhayam NH4তামিল"Neevevvaro neevevvaro"১G. V. Prakash Kumar
2014Enakkul Oruvanতামিল"Prabalamagavey"Santhosh Narayanan

তথ্যসূত্ৰ

  1. ↑ Siddharth's singles from Valentine's Day. IndiaGlitz

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাকলিউড (তামিল চলচ্চিত্ৰ জগত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৪২০৮৮৩ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।