অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তনু ভাগ্যৰাজ

শান্তনু ভাগ্যৰাজ (சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪৩ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

শান্তনু ভাগ্যৰাজ (சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।

ফিল্মোগ্ৰাফী

বৰ্ষছবিচৰিত্ৰভাষাটোকা
১৯৯৮ভেট্টিয়া মদিছু কট্টুসনুতামিলশিশু শিল্পী
২০০৮সক্কৰকট্টিযুবৰাজতামিলবিজেতা, ফিল্মফেয়াৰ দাক্ষিণাত্য শ্ৰেষ্ঠ নবাগত বিজেতা, বিজয় বঁটা শ্ৰেষ্ঠ নবাগত বিজেতা, আই টি এফ এ নতুন অভিনেতা বঁটা
২০০৯এঞ্জেল জ'নমাৰাডোনামালায়লম
২০১০আইৰম ভিলক্কুতামিল
সাৰে নী ইস্তমতেলেগু
সিদ্ধু + ২ ফাৰ্ষ্ট এটেম্টতামিল
২০১১সুভৰিল্লঠ চিঠিৰংতামিল
কন্দেইনতামিল

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাকলিউড (তামিল চলচ্চিত্ৰ জগত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তনু ভাগ্যৰাজ” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৫৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।