বিশাল কৃষ্ণ ৰেড্ডি (విశాల్ కృష్ణుడు రెడ్డి, விஷால்) (জন্ম আগষ্ট ২৯, ১৯৭৭) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। বিশাল কৃষ্ণ ৰেড্ডি আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৭৭ চনৰ ২৯ আগষ্টত তামিল নাডুৰ চেন্নাইত৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশাল কৃষ্ণ” প্ৰবন্ধৰ সংশোধন ২৭১৩৮৭ (১৬ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।