অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাহিত্য-বাদবৈচিত্ৰ্য

সাহিত্য-বাদবৈচিত্ৰ্য নগেন শইকীয়াৰ সাহিত্য-সম্পৰ্কীয় গ্ৰন্থ। গ্ৰন্থৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৭ চনত। তেতিয়া তেওঁ গ্ৰন্থখন সম্পাদনা কৰিছিল। পৰৱৰ্তী সময়ত নগেন শইকীয়াই ২০০৩ চনত নতুন বিষয়ৰ সংযোজন ঘটাই নিজাকৈ গ্ৰন্থখন লিখি উলিয়ায়। প্ৰকাশক কৌস্তুভ প্ৰকাশন।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সাহিত্য-বাদবৈচিত্ৰ্য নগেন শইকীয়াৰ সাহিত্য-সম্পৰ্কীয় গ্ৰন্থ। গ্ৰন্থৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৭ চনত। তেতিয়া তেওঁ গ্ৰন্থখন সম্পাদনা কৰিছিল। পৰৱৰ্তী সময়ত নগেন শইকীয়াই ২০০৩ চনত নতুন বিষয়ৰ সংযোজন ঘটাই নিজাকৈ গ্ৰন্থখন লিখি উলিয়ায়। প্ৰকাশক কৌস্তুভ প্ৰকাশন। গ্ৰন্থখনত ধ্ৰুৱবাদ, ৰহস্যবাদ, ৰোমাণ্টিকতাবাদ, বাস্তৱবাদ, আধুনিকতাবাদ, প্ৰতীতিবাদ, প্ৰতীকবাদ, অভিব্যক্তিবাদ, দাদাবাদ, এবছাৰ্ডবাদ, অস্তিত্ববাদ, চিত্ৰকল্পবাদ, উত্তৰ আধুনিকতাবাদ আদি সাহিত্যৰ মতবাদসমূহৰ বিষয়ে লিখা আছে।১

লগতে চাওক

  1. নগেন শইকীয়া

তথ্যসূত্ৰ

  1. ↑ নগেন শইকীয়া. (২০১৪). সাহিত্য-বাদবৈচিত্ৰ. কৌস্তুভ প্ৰকাশন. পৃ. আগকথা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহিত্য-বাদবৈচিত্ৰ্য” প্ৰবন্ধৰ সংশোধন ৩৮৩৬৬০ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।