সমিৰণ বৰুৱা (Samiran Baruah) অসমৰ এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পী। সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা তৰুণ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চিত্ৰকৰসকলৰ ভিতৰত সমিৰণ বৰুৱা উল্লেখযোগ্য।১ তেওঁ ভাৰতৰ গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সহযোগী। ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছ, বেংগালুৰু, ইণ্ডিয়াৰ আৰ্থিক সাহায্যত অসমীয়া সাঁচিপতীয়া পুথিৰ ক্ষুদ্ৰ চিত্ৰকলাৰ ডিজিটেল আৰ্কাইভৰ কাম কৰিছিল।২
তথ্যসূত্ৰ
- ↑ মৌচুমী কন্দলী. (জানুৱাৰী, ২০২৫). কলা বীক্ষণ. বান্ধৱ. পৃ. ৮২. ISBN 978-93-94594-63-0
- ↑ (2011). Author: Samiran Boruah Samiran Boruah. indianreview.in/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমিৰণ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৬৫১৪৯ (১৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।