অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাহ কালিম আল্লাহ জাহানাবাদী

খোৱাজা শ্বাহ কালিম-উল্লাহ জাহানাবাদী (شاه كليم الله جهانابادي) বা নুৰ আল্লাহ বা আহমদ আল-মিমাৰ আল-ইদ্দিকী (১৬৫০-১৭২৯) মোগল যুগৰ শেষৰফালৰ এজন আগশাৰীৰ চিষ্টি সন্ত আছিল আৰু তেওঁক চিষ্টি ধাৰা আৰু মিৰ ছয়ীদ আলী হামাদানী ছুফী পন্থ পুনৰুজ্জীৱিত কৰাৰ সহায়ক বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

খোৱাজা শ্বাহ কালিম-উল্লাহ জাহানাবাদী (شاه كليم الله جهانابادي) বা নুৰ আল্লাহ বা আহমদ আল-মিমাৰ আল-ইদ্দিকী (১৬৫০-১৭২৯) মোগল যুগৰ শেষৰফালৰ এজন আগশাৰীৰ চিষ্টি সন্ত আছিল আৰু তেওঁক চিষ্টি ধাৰা আৰু মিৰ ছয়ীদ আলী হামাদানী ছুফী পন্থ পুনৰুজ্জীৱিত কৰাৰ সহায়ক বুলি গণ্য কৰা হয়।১ তেওঁৰ পিতৃ নূৰ উল্লাহ এজন সুপৰিচিত জ্যোতিৰ্বিজ্ঞানী আৰু কেলিগ্ৰাফী আছিল। তাজমহল আৰু লালকিল্লাৰ স্থপতি ওস্তাদ আহমদ লাহোৰীৰ নাতি।

উত্তৰাধিকাৰ

তেওঁৰ উত্তৰাধিকাৰীসকলৰ ভিতৰত চৈয়দ শ্বাহ ইউছুফাইন আৰু চৈয়দ শ্বাহ শ্বৰীফুদ্দিন অন্যতম।

আধুনিক ভাৰতৰ ইতিহাস আলোচনাত তেওঁক হিন্দুসকলৰ প্ৰতি থকা সৰ্বকল্যাণকামী দৃষ্টিভংগীৰ বাবে স্মৰণ কৰা হয়।২ পুৰণি দিল্লীৰ মীনা বজাৰৰ কাষতে লালকিল্লাৰ বিপৰীতে কালিম উল্লাহ শ্বাহৰ স্মৃতিসৌধ অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ Ernst, Carl W.; Lawrence, Bruce B. (2002). Sufi Martyrs of Love: The Chishti Order in South Asia and Beyond. Palgrave Macmillan. পৃ. 109. ISBN 1-4039-6026-7
  2. ↑ (15 May 2001). Indian Islam Shares Our Common Heritage. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

স্থপতিবিদইছলামী ধৰ্মীয় গুৰুভাৰতীয় ব্যক্তিমোগল সাম্ৰাজ্যৰ স্থপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহ কালিম আল্লাহ জাহানাবাদী” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৬৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।