অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শীলা

শীলা চেলিন ( Sheela Celine; জন্ম: ২২ মাৰ্চ ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক যাক মূলতঃ মালয়ালম চলচ্চিত্ৰত দেখা যায়। প্ৰেম নাজিৰৰ সৈতে যুটি বান্ধি, তেওঁলোকে নায়ক আৰু নায়িকাৰ ভূমিকাত সৰ্বাধিক সংখ্যক ছবিত (১৩০খন) অভিনয় কৰাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শীলা চেলিন ( Sheela Celine; জন্ম: ২২ মাৰ্চ ১৯৪৫১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক যাক মূলতঃ মালয়ালম চলচ্চিত্ৰত দেখা যায়। প্ৰেম নাজিৰৰ সৈতে যুটি বান্ধি, তেওঁলোকে নায়ক আৰু নায়িকাৰ ভূমিকাত সৰ্বাধিক সংখ্যক ছবিত (১৩০খন) অভিনয় কৰাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।২৩ শীলা চাৰিবাৰৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিজয়ী। ২২ বছৰৰ পাছত ২০০৩ চনত মনছিনাক্কাৰেৰ জৰিয়তে অভিনয়লৈ ঘূৰি আহিছিল। ২০০৫ চনত মালয়ালম ছবি ‘অকালে’ত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১৯ চনত শীলাক মালয়ালম চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে কেৰালা চৰকাৰে সৰ্বোচ্চ সন্মান জে চি ডেনিয়েল বঁটাৰে সন্মানিত কৰে। তেওঁ তেওঁৰ সময়ৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল, যিয়ে তেওঁৰ পুৰুষ সমকক্ষসকলতকৈ অধিক পাৰিশ্ৰমিক পোৱা বুলি কোৱা হয়।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (6 April 2018). Records Application Search Longest Screen Partnership. Guinness World Records
  2. ↑ (27 May 2005). Comeback queen. দ্য হিন্দু
  3. ↑ (4 June 2019). Actress Sheela wins prestigious J C Daniel Award. Business Standard India. Press Trust of India
  4. ↑ മലയാളത്തിന്റെ അഭിനയസൗന്ദര്യം. Mathrubhumi

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়ালম ভাষাৰ চলচ্চিত্ৰ পৰিচালকশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা” প্ৰবন্ধৰ সংশোধন ৪৯৩৯২৭ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।