যোগী ভাষা হ'ল ভাৰত আৰু পাকিস্তানৰ যোগী সম্প্ৰদায়ৰ কিছুসংখ্যক ব্যক্তিয়ে কোৱা ভাৰত-আৰ্য ভাষা পৰিয়াল৷ সাধাৰণতে এই ভাষাটোক মাৰোৱাৰীৰ উপভাষা বুলি গণ্য কৰা হয়, কিন্তু এই ভাষাৰ সৰ্বনামবোৰ মাৰোৱাৰী ভাষাতকৈ সুকীয়া হয়। সিন্ধু প্ৰদেশৰ বহু হিন্দুৰ লগতে মুছলমান যোগীয়েও সিন্ধীকে ধৰি নিজৰ স্থানীয় হিচাপে যোগী ভাষা কয়; আনহাতে পাকিস্তানৰ আন অঞ্চলৰ যোগীসকলৰ বেছিভাগেই যোগী ভাষা কয়।১ অৱশ্যে সিন্ধু প্ৰদেশৰ থাৰি মিৰৱাহ অঞ্চলত বসবাস কৰা যোগীসকলৰ উপজাতি ৰাজপাৰ জনগোষ্ঠীৰ লোকসকৰ মাতৃভাষা সিন্ধী আৰু তেওঁলোকে যোগী ভাষা ক’ব নোৱাৰে।
তথ্যসূত্ৰ
- ↑ A language of Pakistan. ethnologue
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগী ভাষা” প্ৰবন্ধৰ সংশোধন ৪৫৮৯৭৮ (২৭ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।