মিতালি মায়েকাৰ-চণ্ডেকাৰ (: Mitali Mayekar-Chandekar; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় মাৰাঠী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ১৩ বছৰ বয়সত ২০০৯ চনত ইৰফান খানৰ ছবি বিলুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
ব্যক্তিগত জীৱন
অভিনেতা সিদ্ধাৰ্থ চণ্ডেকাৰৰ সৈতে মিতালীৰ প্ৰেমৰ সম্পৰ্ক আছিল। ২০২১ চনৰ ২৪ জানুৱাৰীত তেওঁলোকৰ বিবাহপাশত আবদ্ধ হয়।১২৩
অভিনেত্ৰী জীৱন
মিতালিয়ে গাভৰু অৱস্থাত কাম কৰাৰ আগতে ইৰফান খানৰ ছবি বিলুত শিশু অভিনেতা হিচাপে কাম কৰিছিল। তাত তেওঁ ইৰফান খানৰ কন্যাৰ ভূমিকাত অভিনয় কৰিছিল। অসম্ভৱ, অনুবন্ধ, ভাগ্যলক্ষ্মী, উঞ্চ মাঝা জোকা, তু মাঝা সাংগাতি আদি মাৰাঠী টেলিভিছন শ্ব’তো সহযোগী চৰিত্ৰত অভিনয় কৰিছে। মাৰাঠী চিনেমাউৰ্ফিৰ জৰিয়তে প্ৰথম চলচ্চিত্ৰত অভিষেক ঘটায়। ২০১৬ চনত ফ্ৰেশ্বাৰছ ছিৰিজত ছায়ালি বাংকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। বৰ্তমান লাডাচি মি লেক গা ! ধাৰাবাহিক খনত অভিনয় কৰিছে।৪
ফিল্মগ্ৰাফী
ছবি
বছৰ- শিৰোনাম- ভূমিকা- দেখুৱা হৈছেঃ
২০০৯ চনত -বিলু -গুঞ্জা ৫
২০১৫ উৰ্ফি - আমৰুতা ৬
২০১৬ য়াৰী দোস্তি -ৰাণী ৭
২০১৯ আমহি বেফিকাৰ - ভাৰ্গৱী
Smile Please গীত চল -পুধেত বিশেষ উপস্থিতি ৮
২০২১ হেচটেগ প্ৰেম - শণিকা কুলকাৰ্ণী ৯
টেলিভিছন
বছৰ- চিনেমা-ভূমিকা- দেখুৱা হৈছেঃ
২০০৮- অসম্ভৱ - পিয়ু
২০০৯- অনুবন্ধ - মালবিকা
২০১০- ভাগ্যলক্ষ্মী - বায়ো
২০১২-২০১৩- উঞ্চ মাঝা জোকা -অহিল্যা
২০১৪-২০১৫- টু মাঝা সাংগাতি - সহযোগী ভূমিকা
২০১৬-২০১৭- ফ্ৰেচাৰ -সয়ালি বাংকাৰ ১০
২০১৮ চনৰ মহাৰাষ্ট্ৰৰ প্ৰিয় নৃত্যশিল্পী - প্ৰতিযোগী
২০২০-২০২১ লাডাচী মি লেক গা! - কস্তুৰী সতম ১১
ৱেব ছিৰিজ
তথ্যসূত্ৰ
- ↑ (2020-12-21). Photos: Mitali Mayekar And Siddharth Chandekar's Pre-Wedding Festivities Begin With Their 'Kelvan' Ceremony. ZEE5 News
- ↑ Mitali Mayekar confirms marriage with beau Siddharth Chandekar, says 'Mr. and Mrs. next year!' - The Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Siddharth Chandekar and Mitali Mayekar push back their wedding date to 2021
- ↑ Mitali Mayekar Marathi Actress Biography Photos Age Wiki Date Of Birth Marriage. Mega Marathi
- ↑ Irrfan Khan's Billu Barber co-star Mitali Mayekar recollects memories of working with the former; says 'I'm really glad for those days' - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Urfi (2015) Cast - Actor, Actress, Director, Producer, Music Director. Cinestaan
- ↑ Yaari Dosti (2016) Cast - Actor, Actress, Director, Producer, Music Director. Cinestaan
- ↑ 'Smile Please' Anthem: Urmila Matondkar, Sagarika Ghatge, Mahesh Manjrekar, etc Join Vikram Phadnis In 'Chal Pudhe'. SpotboyE
- ↑ (2021-01-15). मिताली-सुयशच्या प्रेमाला बहर; काय आहे त्यांचं 'हॅशटॅग प्रेम'?. Loksatta
- ↑ Freshers: a refreshing show for Marathi audience - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Mitali Mayekar and Smita Tambe starrer Marathi TV series Ladachi Mi Lek Ga! to launch soon - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Team, DNA Web. (2019-03-06). Sex, Drugs & Theatre: The trailer of the latest Marathi ZEE5 Original is intriguing, WATCH. DNA India
- ↑ Rao, Soumya. A Dalit student's suicide shakes up a college in Zee5 web series 'Sex Drugs & Theatre'. Scroll.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিতালি মায়েকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৭৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।