অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মান্দালয় (গ্ৰন্থ)

মান্দালয় হৈছে লেখক-সাংবাদিক মৃণাল তালুকদাৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ। অসমৰ গঁ‌ড়ৰ খড়্গৰ বজাৰ আৰু চোৰাংচিকাৰীৰ আতিগুৰি বিচাৰি লেখকে বিভিন্ন ঠাই ঘূৰিছে আৰু ভ্ৰমণৰ যোগেদি হোৱা অভিজ্ঞতাসমূহৰ পৰা বিষয়টোৰ ওপৰত এক বিশ্লেষণ কিতাপখনত দাঙি ধৰিছে।

হালনাগাদ: ১ জুন ২০২০ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মান্দালয় হৈছে লেখক-সাংবাদিক মৃণাল তালুকদাৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ। অসমৰ গঁ‌ড়ৰ খড়্গৰ বজাৰ আৰু চোৰাংচিকাৰীৰ আতিগুৰি বিচাৰি লেখকে বিভিন্ন ঠাই ঘূৰিছে আৰু ভ্ৰমণৰ যোগেদি হোৱা অভিজ্ঞতাসমূহৰ পৰা বিষয়টোৰ ওপৰত এক বিশ্লেষণ কিতাপখনত দাঙি ধৰিছে।১ ভ্ৰমণকালত পোৱা বিভিন্ন ঠাইসমূহৰ বুৰঞ্জী,ভৌগোলিক,সামাজিক আৰু ৰাজনৈতিক বিৱৰণো লেখকে সুন্দৰভাৱে কিতাপখনত দাঙি ধৰিছে।

অধ্যায়সমূহ

কিতাপখনত মুঠ বাৰটা অধ্যায় আছে-

  • কুনমিং-কুকুৰাকটা
  • বাগৰিত গুলী
  • চাইনা টাউনত বিফল
  • বেংককৰ পৰা গুৱাহাটীলৈ
  • আগন্তুক কোন
  • নিগনা চিকাৰী
  • বাগানৰ পেগোডা
  • হেৰাই যোৱা অসমীয়া
  • গঁ‌ড় বিচাৰি দণ্ডীয়ে দণ্ডীয়ে
  • হানয়ত হতাশা
  • কুনমিঙত খড়্গ
  • দুফালৰ পৰা গুলী

লগতে চাওক

মৌতম

১৯৬২ (গ্ৰন্থ)

তথ্যসূত্ৰ

  1. ↑ তালুকদাৰ,মৃণাল. (২০১৮). মান্দালয়. নন্দ তালুকদাৰ ফাউণ্ডেচন,পূৱ শৰণীয়া,গুৱাহাটী. ISBN 978-81-905752-4-9

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মান্দালয় (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৩৩৫৫১ (১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।