ভাইটি (Bhaiti) হৈছে প্ৰথমখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।১
অভিনয় শিল্পী
সংগীত
ছবিখনৰ সংগীত পৰিচালক আছিল অজিত সিংহ। গীত লিখিছিল কেশৱ মহন্ত, আৰু জয়ন্ত বৰুৱাই।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bhaity (1972) – Assamese Film. www.assam.info
- ↑ (Aug 16, 2015). 10 Mind-blowing Facts About The First Assamese Actress on Filmfare Cover. Magical Assam
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 175
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাইটি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯২৩৭৬ (১৮ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।