অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভত্ৰী ভাষা

ভত্ৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িয়া উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ চত্তীছগঢ় আৰু উৰিষ্যাৰ ভটড়া জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা ভাষী লোকে প্ৰায় পূব বস্তৰ জিলা আৰু উৰিষ্যাৰ কোৰাপুত আৰু নবৰংপুৰ জিলাত বাস কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ভত্ৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িয়া উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ চত্তীছগঢ় আৰু ওড়িশাৰ ভটড়া জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা ভাষী লোকে প্ৰায় পূব বস্তৰ জিলা আৰু ওড়িশাৰ কোৰাপুত আৰু নবৰংপুৰ জিলাত বাস কৰে।

অধিক পঢ়ক

  • Masica. (1991). The Indo-Aryan Languages. Cambridge Language Surveys. Cambridge University Press. ISBN 978-0-521-29944-2

সম্পৰ্কিত শ্ৰেণী

ISO language articles citing sources other than Ethnologueভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভত্ৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩২৪৮৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।