বৰগোহাঞি বা চাও থাও লৌঙ (ইংৰাজী ভাষা:Chao Thao Lung or Borgohain, টাই-আহোম ভাষা: 𑜌𑜧𑜨 𑜉𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন পৰামৰ্শদাতা ৰাজমন্ত্ৰী১। তেওঁক টাই-আহোম জনগোষ্ঠী চাওফাই চাওফা হ’বৰ অযোগ্য সাতঘৰীয়া ফৈদৰ টাই-আহোম জনগোষ্ঠী পৰিয়ালৰ পৰা নিৰ্বাচিত কৰিছিল। অন্যজন পৰামৰ্শদাতা ৰাজমন্ত্ৰী আছিল বুঢ়াগোহাঞি২। পিছলৈ তেওঁলোকৰ উত্তৰপুৰুষসকলে ইয়াক এটা পদবী আৰু ফৈদ হিচাপে ব্যৱহাৰ কৰে। চ্যু-কা-ফাৰ দিনৰ পৰা এই পদবী তথা ফৈদ চলি আহিছে। চাও থাও লৌঙে দিখৌ নৈৰ দক্ষিণ অংশৰ পৰা কলিয়াবৰলৈকে চোৱাচিতা কৰিছিল। আজিকালি চাও থাও লৌঙৰ বংশধৰসকলে ফৈদৰ নামকে উপাধি হিচাপে ব্যৱহাৰ কৰা দেখা যায়।
চাও থাও লৌঙৰ তালিকা
- থাও মৌঙ কাং ঙান
- তা-ফি-খুন
- ত্যা-তান-বিন
- ফ্ৰা-চেং-থাও-মৌঙ
- কলি খাম
- টন খাম থাও লৌঙ
- খাম চ্যেন থাও লৌঙ
- খাম পেত থাও লৌঙ
- গুই মেলা থাও লৌঙ
- পিলিং থাও লৌঙ
- লেচাই থাও লৌঙ
- বান ৰোকিয়া থাও লৌঙ
- চেং মুন থাও লৌঙ
- লা লুক থাও লৌঙ
- জা বাং থাও লৌঙ
- মাদুৰিয়াল লাই থেপেনা থাও লৌঙ
- কামালকান্ত থাও লৌঙ
- হৰিনাথ থাও লৌঙ
- থানুনাথ থাও লৌঙ
- দিহিঙ্গীয়া খাম চ্যাং থাও লৌঙ
- খাম চেং থাও লৌঙ
- নুমলী থাও লৌঙ
- মাদুৰিয়াল বৰজনা থাও লৌঙ
- বাইলুং থাও লৌঙ
- মাদুৰিয়াল বিষ্ণুনাৰায়ণ থাও লৌঙ
- মাদুৰিয়াল নিৰ্ভয়নাৰায়ণ থাও লৌঙ
- গঙ্গাৰাম থাও লৌঙ
- নৰহৰি থাও লৌঙ
তথ্য সংগ্ৰহ
- Gait, Edward (1905) History of Assam, Calcutta
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰগোহাঞি” প্ৰবন্ধৰ সংশোধন ৩০৪৮০৯ (২৪ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।