বৰখন্তি সাপ (Diard's blindsnake, বৈজ্ঞানিক নাম-Typhlops diardii) 'Typhlopidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।
বিতৰণ
এই সাপবিধ ঘাইকৈ ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাউচ, কম্বোডিয়া, ভিয়েটনাম, সুমাত্ৰা আদি দেশত বিস্তৃত হৈ আছে। বৰখন্তি সাপ ভাৰতৰ পশ্চিমবংগ আৰু অসমত সততে দেখা যায়।১
আচৰণ
লগতে চাওক
- Boulenger GA. 1893. Catalogue of the snakes in the British Museum (Nat. Hist.) I. London (Taylor & Francis), 448 pp.
- Khan, MS. 1998. Notes on Typhlops diardi Schlegel, 1839, with description of a new subspecies (Squamata, Serpentes, Scolecophidia). Pakistan Journal of Zoology, 30 (3): 231-221
- Schlegel H. 1839. Abbildungen neuer oder unvollständig bekannter Amphibien, nach der Natur oder dem Leben entworfen und mit einem erläuternden Texte begleitet. Arne and Co., Düsseldorf, xiv + 141 pp.
- Wallach, V. 2000. Critical review of some recent descriptions of Pakistani Typhlops by M. S. KHAN, 1999 (Serpentes: Typhlopidae). Hamadryad, 25(2): 129-143
বাহ্যিক সংযোগ
- List of typhlopid species and subspecies.
- .
তথ্যসূত্ৰ
- ↑ McDiarmid RW, Campbell JA, Touré T. 1999. Snake Species of the World: A Taxonomic and Geographic Reference, vol. 1. Herpetologists' League. 511 pp. ISBN 1-893777-00-6 (series). ISBN 1-893777-01-4 (volume)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰখন্তি সাপ” প্ৰবন্ধৰ সংশোধন ২৫৭৮১৯ (৪ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।