ব্ৰক্সকাট১ বা মিনাৰ২ এটি বিপদাপন্ন দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ ভাৰতৰ লাদাখৰ নামনী সিন্ধু উপত্যকা আৰু তাৰ ওচৰৰ ঠাইসমূহত বাস কৰা ব্ৰকপা লোকে ব্যৱহাৰ কৰে।৩৪ এই ভাষা প্ৰাচীন দাৰ্দিক ভাষা পৰিয়ালৰ আতাইতকৈ পুৰণি অস্তিত্বত থকা সদস্য।৫ ইয়াক কোনো কোনোৱে শ্বিনা ভাষাৰ বিপথগামী প্ৰকাৰো আখ্যা দিয়ে,৬ পিচে ই শ্বিনাৰ আন কোনো উপভাষাৰ সৈতে পৰস্পৰ বোধগম্য নহয়।৭ এই ভাষা লাদাখত কেৱল ২৮৫৮জন লোকে কয় আৰু চুবুৰীয়া বলতিস্তানত ৪০০ লোকে।
শব্দ সম্ভাৰ
| +পাঠ্য | অসমীয়া ভাষাত | অসমীয়া লিপিত ব্ৰক্সকাট ভাষাত | বদ্যিগ লিপিত ব্ৰক্সকাট ভাষাত |
| পানী | ৱা | ཝུའ་ | |
| জুই | ঘুৰ | གཱུར | |
| বেলি | চুৰি | སུརིའ་ | |
| জোন | গ্যুন | གྱུན | |
| পৰ্বত | চুৰ | ཆུར | |
| মানুহ | মুশ্ব | མུཤ | |
| ভূমি | বুন | བུན | |
| ল'ৰা | ব্য' | བྱོ | |
| ছোৱালী | ম'লায় | མོལེའ་ | |
| কেচুৱা | বুবু | བུའབུའ | |
| কটাৰী | কুটাৰ | ཀཊའར |
ক্ৰিয়াৰ কাল
| +পাঠ্য | অসমীয়াত | ব্ৰক্সকাট বৰ্তমান | ব্ৰক্সকাট অতীত | ব্ৰক্সকাট ভৱিষ্যৎ | Imperative |
| যোৱা | ব্যাছ | গ' | ব্যুংছ | বয়াই | |
| ঠিয় হোৱা | আউথেইছ | আউথাইট | আউথিয়ুংছ | আউথি | |
| ভঙা | ফিথাইছ | ফিটাইআট | ফিটিআউংছ | ফিটাই | |
| খোলা | আউনিছ | আউনিআট | আউনিউংছ | আউনি | |
| হঁহা | হাজিছ | হাজিট | হাজিউংছ | হাজি | |
| বহা | বাঝাইছ | বাঝিট | বাঝিউং | বাঝি | |
| খোজ কঢ়া | জাজিছ | জাজিট | জাজিউংছ | জাজি | |
| দলিওৱা | ফাইটিছ | ফাইটিআট | ফাটিউংছ | ফাটি | |
| চোৱা | স্কিছ | স্কাইট | স্কিউংছ | স্কি | |
| কটা | চ্ছিনিছ | চিনাইট | চ্ছিনিউংছ | চ্ছিনি | |
| গণা | গ্যানিছ | গ্যানিআট | গ্যানিউংছ | গ্যানি |
তথ্যসূত্ৰ
- ↑ Bray, John. (2008). Modern Ladakh: Anthropological Perspectives on Continuity and Change. BRILL. পৃ. 46. ISBN 978-90-474-4334-6
- ↑ Bhagabati, Dikshit Sarma. (2018-08-03). Onstage and Offstage. Economic and Political Weekly
- ↑ Jain, Danesh; Cardona, George. (2007-07-26). The Indo-Aryan Languages. Routledge. পৃ. 889. ISBN 978-1-135-79711-9
- ↑ (2005). Ethnologue, 15th Edition. SIL International. পৃ. 357
- ↑ (2005). Ethnologue, 15th Edition. SIL International. পৃ. 357
- ↑ (2005). Ethnologue: languages of the world. Dallas, Tex.: SIL International. ISBN 978-1-55671-159-6
- ↑ Jain, Danesh; Cardona, George. (2007-07-26). The Indo-Aryan Languages. Routledge. ISBN 978-1-135-79711-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰক্সকাট ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৯৩ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।