বিশ্ব ব্ৰেইল দিৱস (World Braille Day) হৈছে প্ৰতি বছৰে ৪ জানুৱাৰীত পালন কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস। অন্ধ আৰু দৃষ্টিহীন লোকৰ মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উপলব্ধি কৰাৰ ক্ষেত্ৰত যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই দিৱস উদযাপন কৰা হয়।১২ ২০১৮ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে কৰা এক ঘোষণাৰ জৰিয়তে ব্ৰেইল পদ্ধতিৰ সৃষ্টিকৰ্তা লুইছ ব্ৰেইলৰ জন্মদিনটো এই দিৱস অনুষ্ঠিত কৰাৰ বাবে বাছি লৈছিল।৩৪ ২০১৯ চনৰ ৪ জানুৱাৰীত প্ৰথম বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হৈছিল।৫৬
তথ্যসূত্ৰ
- ↑ A/RES/73/161 - E - A/RES/73/161. undocs.org
- ↑ World Braille Day, 4 January. www.un.org
- ↑ World Braille Day, 4 January. www.un.org
- ↑ World Braille Day celebrated at Jamia Millia Islamia. The Times of India
- ↑ (2019-01-03). First-ever World Braille Day underscores importance of written language for human rights. UN News
- ↑ Rastogi, Pracarsh. (2019-01-03). World Braille Day: Education tools for the visually-impaired. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব ব্ৰেইল দিৱস” প্ৰবন্ধৰ সংশোধন ৫৯৯৫২৯ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।