বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।১২ এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।
কিছুমান অঞ্চলত অক্টোবৰ - নবেম্বৰ মাহত দেৱালীৰ এদিন পিছত, গোৱৰ্দ্ধন পূজাৰ সৈতেও বিশ্বকৰ্মা পূজা পালন কৰা হয়।৩ বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন৪
বাহ্যিক সংযোগ
- विश्वकर्मा जयंती: स्वर्ग लोक से लेकर द्वारिका तक के रचयिता (জাগৰণ)
- বিশ্বকৰ্মা জয়ন্তী (নৱভাৰত টাইমছ্)
- বিশ্বকৰ্মা জয়ন্তী বিশেষ (পঞ্জাব কেশৰী)
তথ্যসূত্ৰ
- ↑ (17 September 2017). विश्वकर्मा पूजा: जानें महत्व और जन्म की कहानी. Aajtak
- ↑ All About Lord Vishwakarma and Vishwakarma Puja. Hind Utsav
- ↑ Shobna Gupta. (2010). Festivals Of India. Har-Anand Publications. পৃ. 84–. ISBN 978-81-241-1277-9
- ↑ চট্টোপাধ্যায়, কুন্তক. বঙালীয় ঢুকেই ভোলবদল বিশ্বকৰ্মাৰ. anandabazar.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বকৰ্মা পূজা” প্ৰবন্ধৰ সংশোধন ৫৮৩১২০ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।