বিমান চন্দ্ৰ চেতিয়া তেখেত নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ৷ গণিতজ্ঞ আৰু কবি হিচাপেও তেখেত পৰিচিত। তেখেতৰ এখন প্ৰসিদ্ধ গ্ৰন্থ হ’ল Fuzzy Modeling of the Boundary-Layer Theory১
সাহিত্যৰাজি
- পানচৈৰ ঘাটৰ কবিতা
- Fuzzy Modeling of the Boundary-Layer Theory
- Continuity in Topological Spaces২
- Fuzzy Rule-based Modelling on River Study (স্বপ্নালী গগৈৰ সৈতে যুতীয়াভাৱে)৩
- পাণীন্দ্ৰ নাথ গগৈ (অৰবিন্দ ৰাজখোৱাৰ সৈতে যুতীয়াভাৱে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)
- চৌ আইজেপ ফুকনৰ ৰচনাৱলী (অৰবিন্দ ৰাজখোৱাৰ সৈতে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Biman Chandra Chetia. Fuzzy Modeling of the Boundary-Layer Theory
- ↑ Biman Chandra Chetia. Continuity in Topological Spaces. ISBN 9783639304824
- ↑ Biman Chandra Chetia, Swapnali Gogoi. Fuzzy Rule-based Modelling on River Study
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমান চন্দ্ৰ চেতিয়া” প্ৰবন্ধৰ সংশোধন ৩৩১৭৬০ (২৮ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।