স্বপ্নালী গগৈ তেখেত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক। সাহিত্যিক আৰু সমালোচক। ভূগোল বিষয়ক গৱেষণা কাৰ্যৰ লগত জড়িত।১
শিক্ষা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ।
কৰ্মজীৱন
নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক।
সাহিত্যৰাজি
- সময়ৰ সংশ্লেষ, ২০১৪, প্ৰবন্ধ সংকলন
- সাধনাৰ চন্দ্ৰকমল, ২০১৭, ৰচনাৱলী
- লক্ষীমপুৰৰ ভূগোল, ২০১৮, প্ৰবন্ধ সংকলন
- Advanced Topics on River Study২
- Fuzzy Rule-based Modelling on River Study (বিমান চন্দ্ৰ চেতিয়াৰ সৈতে যুতীয়াভাৱে)৩
তথ্যসূত্ৰ
- ↑ অৰবিন্দ ৰাজখোৱা, হিৰণ্য সভাপণ্ডিত. (প্ৰথম প্ৰকাশ-২০০৮). লখিমপুৰ, স্মৃতিগ্ৰন্থ. পৃ. ২০৩
- ↑ Swapnali Gogoi. Advanced Topics on River Study. ISBN 978-3-8465-5590-3
- ↑ Biman Chandra Chetia, Swapnali Gogoi. Fuzzy Rule-based Modelling on River Study. ISBN 978-3-8465-3484-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বপ্নালী গগৈ” প্ৰবন্ধৰ সংশোধন ২২৭৬২৩ (১৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।