ড° বিনীতা বৰুৱা (১৯৬১-২০২১) অসমৰ এগৰাকী শিক্ষাবিদ তথা ভাষাবিজ্ঞানৰ গৱেষিকা আছিল। তেওঁ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা আছিল।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনীতা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৭৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।