অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিদ্যা ৰাও (কণ্ঠশিল্পী)

বিদ্যা ৰাও (Vidya Rao) এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আৰু সাহিত্যিক। থুমৰি আৰু দাদ্ৰাৰ বাবে তেওঁ জনপ্ৰিয়।প্ৰয়াত নেইনা দেৱীক তেওঁ লিখা গ্ৰন্থখন হৈছে- হাৰ্ট টু হাৰ্ট: ৰিমেম্বৰিং নেইনাজী নামৰ এখন গ্ৰন্থ। তেওঁৰ কন্যা অদিতি ৰাও হাইদৰী এগৰাকী অভিনেত্ৰী।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৫ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বিদ্যা ৰাও (Vidya Rao) এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আৰু সাহিত্যিক। থুমৰি আৰু দাদ্ৰাৰ বাবে তেওঁ জনপ্ৰিয়।১প্ৰয়াত নেইনা দেৱীক তেওঁ লিখা গ্ৰন্থখন হৈছে- হাৰ্ট টু হাৰ্ট: ৰিমেম্বৰিং নেইনাজী নামৰ এখন গ্ৰন্থ। তেওঁৰ কন্যা অদিতি ৰাও হাইদৰী এগৰাকী অভিনেত্ৰী।

প্ৰাথমিক জীৱন

ৱানাপাৰ্থীত জন্মগ্ৰহণ কৰা বিদ্যা ৰাও হায়দৰাবাদত ডাঙৰ-দীঘল হৈছিল। তেওঁ মাদ্ৰাজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ দিল্লী স্কুল অৱ ইকনমিক্সত যোগদান কৰি সমাজবিজ্ঞানত এম.এ. লাভ কৰে৷২

কৰ্মজীৱন

তেওঁ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজৰ সৈতে পাঁচ বছৰ ধৰি গৱেষক হিচাপে কাম কৰিছিল আৰু তাৰ পিছত সংগীতত মনোনিৱেশ কৰিছিল।২

তেওঁ ৰহস্যবাদীৰ কবি যেনে, আমিৰ খশ্ৰু, কবীৰ আদিৰ দ্বাৰা প্ৰভাৱিত।.৩

মণি ৰত্নমৰ ছবি ৰাৱনন (২০১০)ত ঐশ্বৰ্য ৰায়ৰ চৰিত্ৰটোৰ মাতৃ হিচাপে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছিল। কিন্তু তেওঁৰ দৃশ্যসমূহ ছবিখনৰ চূড়ান্ত সংস্কৰণৰ পৰা কাটি দিয়া হৈছিল।৪

ব্যক্তিগত জীৱন

তেওঁৰ এহছান হাইদৰীৰ সৈতে বিবাহ হৈছিল।৫ তেওঁলোকৰ এগৰাকী কন্যা টলিউড আৰু বলীউডৰ অভিনেত্ৰী অদিতি ৰাও হাইদৰী।৬

তথ্যসূত্ৰ

  1. ↑ Kuldeep Kumar. On a delicate note. The Hindu
  2. ↑ Kumar, Kuldeep. (8 December 2011). Glimpses of Naina. The Hindu
  3. ↑ Jyoti Nair Belliappa. Cascade of thumris. The Hindu
  4. ↑ (4 November 2009). Aditi Rao shines as Delhi 6 sinks - Bollywood Movies - Zimbio
  5. ↑ Who is Deepika Padukone’s Padmaavat co-star Aditi Rao Hydari, a royal like Saif Ali Khan – and Bollywood’s new favourite?. South China Morning Post
  6. ↑ Stephen, Rosella. (21 July 2017). Doing desi-boho like Aditi. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা ৰাও (কণ্ঠশিল্পী)” প্ৰবন্ধৰ সংশোধন ৪৭৮৪৮০ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।