অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এহচাছ চান্না

এহচাছ চান্না( Ahsas Channa; জন্ম:- ৫ আগষ্ট ১৯৯৯) হিন্দী চলচ্চিত্ৰ আৰু টিভি জগতত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ বাস্তু শাস্ত্ৰ, কভি আলবিদা না কেহনা, মাই ফ্ৰেণ্ড গণেশ, ফুংক আদিত কাম কৰিছিল আৰু কিশোৰী অৱস্থাত তেওঁ, বিখ্যাত টিভি ধাৰাবাহিক ক্ৰাইম পেট্ৰল সতৰ্কত কাম কৰিছে।

হালনাগাদ: ৭ জানুৱাৰী ২০২৬ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এহচাছ চান্না( Ahsas Channa; জন্ম:- ৫ আগষ্ট ১৯৯৯) হিন্দী চলচ্চিত্ৰ আৰু টিভি জগতত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ বাস্তু শাস্ত্ৰ, কভি আলবিদা না কেহনা, মাই ফ্ৰেণ্ড গণেশ, ফুংক আদিত কাম কৰিছিল আৰু কিশোৰী অৱস্থাত তেওঁ,১২ বিখ্যাত টিভি ধাৰাবাহিক ক্ৰাইম পেট্ৰল সতৰ্কত কাম কৰিছে। তেওঁ বেছিভাগ টেলিভিছন শ্ব'ত সক্ৰিয় হৈ আহিছে৷ তাৰ ভিতৰত দেৱো কে দেৱ...মহাদেৱ, অয়ে জেছি আৰু এমটিভি ফানাহ অন্যতম৷৩

প্ৰাৰম্ভিক জীৱন

১৯৯৯ চনৰ ৫ আগষ্টত মহাৰাষ্ট্ৰৰ মুম্বাইত পঞ্জাৱৰ জলন্ধৰৰ পৰা অহা এটা পৰিয়ালত চান্নাৰ জন্ম হয়।৪৫ তেওঁৰ পিতৃ ইকবাল সিং চান্না এগৰাকী পাঞ্জাবী চলচ্চিত্ৰ প্ৰযোজক হোৱাৰ বিপৰীতে মাতৃ কুলবিৰ কৌৰ বাদেৰন এগৰাকী টেলিভিছন অভিনেত্ৰী।৬ তেওঁৰ এগৰাকী ডাঙৰ ভনীয়েক মেহক চান্না৷৭ এহচাছে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ (1 March 2016). Meet the Girl Who Played SRK's Son in 'Kabhi Alvida Na Kehna'
  2. ↑ Sharma, Mandvi. (20 August 2008). Short & sweet: Ahsaas Channa. The Times of India
  3. ↑ IANS. (27 April 2017). Girls should speak out against sexual molestation, says Ahsaas Channa. Business Standard
  4. ↑ (4 August 2017). HOT! This is how Shah Rukh Khan's son from Kabhi Alvida Naa Kehna looks like now. বলিউড হাংগামা
  5. ↑ (27 August 2019). TVF's AHSAAS CHANNA · Interview · from Kota Factory, Girlsplaining, Girls Hostel. jaby koay
  6. ↑ (8 October 2005). Father sends... দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (23 May 2023). Meet Ahsaas Channa, who played Shah Rukh Khan's son as child artiste, is leading actress and social media sensation now. DNA
  8. ↑ Seth, Analita. (18 November 2021). Filmfare Exclusive: Ahsaas Channa gets candid about her journey so far. Filmfare

সম্পৰ্কিত শ্ৰেণী

মহাৰাষ্ট্ৰৰ ব্যক্তিঅভিনেত্ৰীভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় ইউটিউবাৰপঞ্জাব, ভাৰতৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এহচাছ চান্না” প্ৰবন্ধৰ সংশোধন ৫৬৮২০৯ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।