অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাঙালী সাহিত্যিকৰ ছদ্মনাম

বাংলা ভাষাত ৰচিত সাহিত্যকৰ্মকে বাংলা সাহিত্য নামেৰে‍ জনা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তম শতিকাৰ মাজভাগৰ আশে-পাশে বাংলা ভাষাত সাহিত্য ৰচনা আৰম্ভ হৈছিল। বাংলা ভাষাৰ লগতে পৃথিৱীৰ সকলো সাহিত্যতে সাহিত্যিকসকলে বহু সময়ত নিজৰ প্ৰকৃত নাম গোপনে ৰাখি‍ আন নামেৰে সাহিত্য সৃষ্টি কৰাৰ নজিৰ আছে।

হালনাগাদ: ১০ জুলাই ২০২৫ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বাংলা ভাষাত ৰচিত সাহিত্যকৰ্মকে বাংলা সাহিত্য নামেৰে‍ জনা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তম শতিকাৰ মাজভাগৰ আশে-পাশে বাংলা ভাষাত সাহিত্য ৰচনা আৰম্ভ হৈছিল। বাংলা ভাষাৰ লগতে পৃথিৱীৰ সকলো সাহিত্যতে সাহিত্যিকসকলে বহু সময়ত নিজৰ প্ৰকৃত নাম গোপনে ৰাখি‍ আন নামেৰে সাহিত্য সৃষ্টি কৰাৰ নজিৰ আছে। বাংলা ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়। বহু কবি, লেখক, ঔপন্যাসিক, নাট্যকাৰে নিজৰ প্ৰকৃত নাম লুকুৱাই ছদ্মনামেৰে সাহিত্য ৰচনা কৰিছিল। তলত তেনে এখন তালিকা দিয়া হ’ল।

তালিকা

সময়জন্মস্থানপ্ৰকৃত নামছদ্মনামবিশেষত্বটীকা
১০ জানুৱাৰি ১৯৮৮ - (এতিয়াও জীৱিত)শালজোড়, বীৰভূম, পশ্চিমবঙ্গ, ভাৰতমুহাম্মাদ আব্দুল আলিমশঙ্খচিলসাহিত্যিক, সাংবাদিক আৰু চলচ্চিত্ৰ পৰিচালকবুলবুলি নীৰৱ নাৰ্গিছ বনে, নগ্নকাল, দেওবন্দ আন্দোলন, স্বাধীনতা সংগ্ৰামে নজৰুলেৰ অৱদান, ইতিহাসেৰ অজানা অধ্যায়, ফাইনাল ৰিপ্লাই টু এথিইষ্ট, জীবনানন্দ দাশেৰ কবিতাৰ প্ৰাচ্য ও পাশ্চাত্যেৰ প্ৰভাৱ, জীবনানন্দেৰ বনলতা সেন, নজৰুলেৰ বিদ্ৰোহী কবিতাৰ শতবৰ্ষ
১৯০৩-১৯৭৬নোৱাখালী, বাংলাদেশঅচিন্ত্যকুমাৰ সেনগুপ্তনীহাৰিকা দেৱীকবি, ঔপন্যাসিক
১৮৮২-১৯৫৮অনুৰূপা দেৱীঅনুপমা দেৱীঔপন্যাসিক
১৮৯১ - ১৯৬৫কলিকতাকেদাৰনাথ চট্টোপাধ্যায়জগন্নাথ পণ্ডিতসাংবাদিক
১৯০৪-২০০২ওড়িশা, ভাৰতঅন্নদাশংকৰ ৰায়লীলাময় ৰায়কবি, ঔপন্যাসিক, প্ৰাবন্ধিক
২০ ডিচেম্বৰ, ১৯২৮ - ৩ জুন, ২০১৮বৰিশালঅৰবিন্দ গুহইন্দ্ৰমিত্ৰপ্ৰাবন্ধিক, কবি
২১ ডিচেম্বৰ ১৮৫৪ - ৬ ডিচেম্বৰ ১৯২২চ‍িলেট, সুনামগঞ্জঅহিদুৰ ৰেজাহাসন ৰাজা
১৯২৭-১৯৭১ফেনী, বাংলাদেশআবু নাঈম মোহাম্মদ শহীদুল্লাহশহীদুল্লা কায়সাৰঔপন্যাসিক
আবুল ফজলশমসেৰ উল আজাদ
আবুল হোছেন মিঞাআবুল হাসান
২৬ ছেপ্টেম্বৰ ১৮২০ - ২৯ জুলাই ১৮৯১বীৰসিংহ,মেদিনীপুৰঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰকস্যচিৎ উপযুক্ত ভাইপোস্য; কস্যচিৎ উপযুক্ত ভাইপো সহচৰস্য
এম. ওবায়দুল্লাহআসকাৰ ইবনে শাইখ
১৮৫৭-১৯৫১ঢাকা, বাংলাদেশকাজেম আল কোৰেশীকায়কোবাদকবি
২৪ মে ১৮৯৯ - ২৯ আগষ্ট ১৯৭৬চুৰুলিয়া,বৰ্ধমানকাজী নজৰুল ইসলামনুৰু; নুৰুল ইসলাম; ব্যাঙাচি১
দুলাল মুখোপাধ্যায়অবধূত
২৩ ফেব্ৰুৱাৰি ১৮৩০ - ২৪ জুলাই ১৮৭০কলিকতাকালীপ্ৰসন্ন সিংহহুতোম পেঁচাব্যঙ্গ সাহিত্যিকহুতোম পেঁচাৰ নকশা ৰচনাৰ জনক, যিখন প্ৰথম কথ্য বাংলা ভাষাত লেখা হৈছিল
১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩কামিনী ৰায়জনৈক বঙ্গমহিলা
২৩ মাৰ্চ ১৯০২ - ২৫ মে ১৯৮১চাৰুচন্দ্ৰ চক্ৰবৰ্তীজৰাসন্ধ
জমীৰউদ্দীন মোল্লা
১৮৯৮-১৯৭১বীৰভূম, ভাৰততাৰাশঙ্কৰ বন্দ্যোপাধ্যায়হাবু শৰ্মাঔপন্যাসিক, চুটিগল্প লেখক
দক্ষিণাৰঞ্জন মিত্ৰমজুমদাৰশ্ৰী কাব্যানন্দ
১৯১৮-১৯৭০বালিয়াডাঙ্গী, বাংলাদেশনাৰায়ণ গঙ্গোপাধ্যায়সুনন্দ;ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ
১৯১১-১৯৮৬নড়াইল, বাংলাদেশনীহাৰৰঞ্জন গুপ্তদাদাভাই; বাণভট্টঔপন্যাসিক
১৯ মে ১৯০৮ – ৩ ডিচেম্বৰ ১৯৫৬দুমকা,চাওতাল পৰগনাপ্ৰবোধকুমাৰ বন্দ্যোপাধ্যায়মাণিক বন্দ্যোপাধ্যায়
১৮৬৮-১৯৪৬পাবনা, বাংলাদেশপ্ৰমথ চৌধুৰীবীৰবলকবি, প্ৰাবন্ধিক
৪ ছেপ্টেম্বৰ ১৯০৪ - ৩ মে ১৯৮৮বাৰাণসী, উত্তৰ প্ৰদেশপ্ৰেমেন্দ্ৰ মিত্ৰকৃত্তিবাস ভদ্ৰ; লেখৰাজ সামন্ত
২২ জুলাই ১৮১৪ - ২৩ নৱেম্বৰ ১৮৮৩প্যাৰীচাঁদ মিত্ৰটেকচাঁদ ঠাকুৰ
২৬ জুন ১৮৩৮ - ৮ এপ্ৰিল ১৮৯৪কাঁঠালপাড়া,নৈহাটিবঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়কমলাকান্ত; মুচিৰাম গুড়
১৯ জুলাই ১৮৯৯ - মৃত্যু: ৯ ফেব্ৰুৱাৰি ১৯৭৯বলাইচাঁদ মুখোপাধ্যায়বনফুল
বিনয়কৃষ্ণ মুখোপাধ্যায়যাযাবৰ
১৪ জুন, ১৯১৭ - ২৪ জুলাই, ১৯৮০গোড়াপাড়া গ্ৰাম, যশোৰবিনয় ঘোষকালপেঁচাপ্ৰাবন্ধিক
২৪ অক্টোবৰ ১৮৯৪ - ৩০ জুলাই ১৯৮৭বিভূতিভূষণ মুখোপাধ্যায়ক্বচিৎ প্ৰৌঢ়
বিমল ঘোষমৌমাছি
১৮ মাৰ্চ ১৯১২ - ২ ডিচে‍ম্বৰ ১৯৯১বিমল মিত্ৰজাবালি
মইনুদ্দিন আহমেদসেলিম আল দীন
বনগাঁ, উত্তৰ চব্বিশ পৰগনা, পশ্চিমবংগমণিশংকৰ মুখোপাধ্যায়শংকৰ
মণীশ ঘটকযুবনাশ্ব
মনিৰুজ্জামানহায়াৎ মামুদ
মহাশ্বেতা দেবীসুমিত্ৰা দেবী
সাগৰদাঁড়ি,যশোহৰমাইকেল মধুসূদন দত্তটিমোথি পেনপয়েম
মীৰ মশাৰৰফ হোসেনগৌড়তটবাসী মশা; উদাসীন পথিক; গাজী মিয়াঁ
মোহাম্মদ জহিৰুল্লাহজহিৰ ৰায়হান
২৬ অক্টোবৰ, ১৮৮৮ – মৃত্যু: ২৬ জুলাই, ১৯৫২মোহিতলাল মজুমদাৰকৃত্তিবাস ওঝা; সত্যসুন্দৰ দাস
মোঃ শহীদুল হকশহীদুল জহিৰ
৭ মে ১৮৬১-১৯৪১ ৭ আগষ্ট [২৫ ব'হাগ, ১২৬৮-২২ শাওন, ১৩৪৮]জোড়াসাঁকো ঠাকুৰবাড়ি, কলিকতা, ভাৰতৰবীন্দ্ৰনাথ ঠাকুৰভানুসিংহ ঠাকুৰ; আন্নাকালী পাকড়াশি; শ্ৰীমতী মধ্যমা
১৬ মাৰ্চ ১৮৮০ - ২৭ এপ্ৰিল ১৯৬০ৰাজশেখৰ বসুপৰশুৰাম
ৰোকনুজ্জামান খানদাদাভাই
১৫ আগষ্ট ১৯৩১ - ২১ ডিচেম্বৰ, ২০২১শৰৎকুমাৰ মুখোপাধ্যায়নমিতা মুখোপাধ্যায়কবি
১৫ ছেপ্টেম্বৰ ১৮৭৬-১৯৩৮ ১৬ জানুৱাৰিদেবানন্দপুৰ,হুগলীশৰৎচন্দ্ৰ চট্টোপাধ্যায়অনিলা দেবী, অপৰাজিতা দেবী, শ্ৰী চট্টোপাধ্যায়, অনুৰূপা দেবী, পৰশুৰাম, শ্ৰীকান্ত শৰ্মা, সুৰেন্দ্ৰনাথ গঙ্গোপাধ্যায়।
শম্ভু মিত্ৰপ্ৰসাদ দত্ত; শ্ৰী সঞ্জীব; সুৰঞ্জন চট্টোপাধ্যায়
শেখ আজিজুৰ ৰহমানশওকত ওসমান
২৭ ছেপ্টেম্বৰ ১৯০৬ – ৩০ মাৰ্চ ১৯৬৫সতীনাথ ভাদুড়ীচিত্ৰগুপ্ত
১৯২৪-১৯৮৮বিক্ৰমপুৰ, বাংলাদেশসমৰেশ বসুকালকূট; ভ্ৰমৰ
২৬ অক্টোবৰ ১৯২৭ ― ১৫ নৱেম্বৰ ২০০১ৰাজশাহীসমৰেন্দ্ৰ নাথ পাণ্ডেশ্ৰীস্বপনকুমাৰ, জ্যোতিষী শ্ৰীভৃগু, ডক্টৰ এচ এন পাণ্ডে।ৰহস্য কাহিনী, জ্যোতিষ গ্ৰন্থ, ডাক্তাৰি বিদ্যাৰ কিতাপ আৰু অন্যান্য
১৯৩৪-২০১২মাদাৰীপুৰ, বাংলাদেশসুনীল গংগোপাধ্যায়নীল উপাধ্যায়; নীল লোহিত; সনাতন পাঠক; সুজন পাঠক
সুভাষ মুখোপাধ্যায়সুবচনী; পদাতিক
সোমেন চন্দইন্দ্ৰকুমাৰ সোম
১৯০৪-১৯৭৪কৰিমগঞ্জ, অসমসৈয়দ মুজতবা আলীপ্ৰিয়দৰ্শী; ওমৰ খৈয়াম; মুসাফিৰ; সত্য পীৰ; বৈকুণ্ঠ শৰ্মা; সত্যব্ৰত শৰ্মা
১৯৩৫ - ২০১৬কুড়িগ্ৰামসৈয়দ শামসুল হকনবী মুন্সী
১৮৩৩-১৮৯৬কুষ্টিয়া, বাংলাদেশহৰিনাথ মজুমদাৰকাঙাল হৰিনাথসাংবাদিক আৰু প্ৰকাশকগ্ৰামবাৰ্ত্তা প্ৰকাশিকা পত্ৰিকা
হৰিশচন্দ্ৰ গঙ্গোপাধ্যায়ৰাজচণ্ডাল; নটৰাজনৰহস্য উপন্যাস, গল্পকিছু ৰচনাৰ নাম: স্কটল্যাণ্ড ইয়াৰ্ড, ইলিশ জোড়, আমি পাকিস্থানী গুপ্তচৰ, মেয়ে পুলিশেৰ ডায়েৰী, বলয়গ্ৰাস

তথ্যসূত্ৰ

  1. ↑ এটি ঠিক সে অৰ্থে ছদ্মনাম নয়, তবে নজৰুল “বাঁধন-হাৰা” এবং দু-একটি আত্মজৈবনিক ৰচনায় এই নাম ব্যৱহাৰ কৰেছেন।

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঙালী সাহিত্যিকৰ ছদ্মনাম” প্ৰবন্ধৰ সংশোধন ৫২৩০৮২ (১০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।