অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ তালিকা

এইখন বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ এখন তালিকা। বাংলাদেশ হৈছে দক্ষিণ এছিয়াৰ এখন দেশ। ১৪৮,৪৬০ বৰ্গ কিলোমিটাৰ (৫৭,৩২০ বৰ্গমাইল) বা ১৪৭,৫৭০ বৰ্গ কিলোমিটাৰ (৫৬,৯৮০ বৰ্গমাইল) এলেকাত ১৬৩ মিলিয়নতকৈ অধিক জনসংখ্যাৰে ই বিশ্বৰ অষ্টম জনবহুল দেশ। ই বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশসমূহৰ ভিতৰতো অন্যতম।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

এইখন বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ এখন তালিকা। বাংলাদেশ হৈছে দক্ষিণ এছিয়াৰ এখন দেশ। ১৪৮,৪৬০ বৰ্গ কিলোমিটাৰ (৫৭,৩২০ বৰ্গমাইল) বা ১৪৭,৫৭০ বৰ্গ কিলোমিটাৰ (৫৬,৯৮০ বৰ্গমাইল) এলেকাত ১৬৩ মিলিয়নতকৈ অধিক জনসংখ্যাৰে ই বিশ্বৰ অষ্টম জনবহুল দেশ।১২ ই বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশসমূহৰ ভিতৰতো অন্যতম।

বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহ

২০২৪ চনৰ হিচাপমতে, সংৰক্ষিত এলেকাৰ বৈশ্বিক তথ্যকোষত বাংলাদেশৰ সৰ্বমুঠ ৫৬টা সংৰক্ষিত অঞ্চল তালিকাভুক্ত হৈছে, যাৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:৩

১৯৯০ চনৰ সংস্কৰণৰ আই ইউ চি এন ডাইৰেক্টৰী অৱ চাউথ এছিয়ান প্ৰটেক্টেড এৰিয়াত কোৱা হৈছে যে বন বিভাগে হাইল হাওৰ বন্যপ্ৰাণী অভয়াৰণ্যত জলচৰ চৰাইৰ সুৰক্ষাৰ বাবেও এটা কেন্দ্ৰ স্থাপন কৰিছে।৪

তথ্যসূত্ৰ

  1. ↑ South Asia:: Bangladesh — The World Factbook – Central Intelligence Agency. www.cia.gov
  2. ↑ বাংলাদেশ পৰিসংখ্যান বৰ্ষগ্ৰন্থ ২০২০ - Bangladesh Statistics annual book 2020. Bangladesh Statistics Bureau. পৃ. 21. ISBN 978-984-475-047-0
  3. ↑ UNEP-WCMC. (2020). Protected Area Profile for Bangladesh from the World Database of Protected Areas, January 2020. Protected Planet
  4. ↑ (1990). IUCN Directory of South Asian Protected Areas. The World Conservation Union. পৃ. 16

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৮৩০৪৪ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।