অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পৰ্ব (জীৱবিদ্যা)

জীৱবিজ্ঞানত, পৰ্ব (phylum,;বহুবচন: phyla), বৰ্গীকৰণ তালিকাত জগতৰ তলতেই পৰ্বই স্থান লাভ কৰিছে। পৰ্ব সমূহক শ্ৰেণী নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। ১৯৯৩ চনতেই ইণ্টাৰনেচনেল বটেনিকেল কংগ্ৰেছে (International Botanical Congress) পৰ্ব পদটো গ্ৰহণ কৰা স্বত্বেও, পৰম্মৰাগতভাৱে, উদ্ভিদবিজ্ঞানত পৰ্বৰ সলনি বিভাগ…

হালনাগাদ: ৫ জুন ২০২০ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

জীৱবিজ্ঞানত, পৰ্ব (phylum,;বহুবচন: phyla), বৰ্গীকৰণ তালিকাত জগতৰ তলতেই পৰ্বই স্থান লাভ কৰিছে। পৰ্ব সমূহক শ্ৰেণী নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। ১৯৯৩ চনতেই ইণ্টাৰনেচনেল বটেনিকেল কংগ্ৰেছে (International Botanical Congress) পৰ্ব পদটো গ্ৰহণ কৰা স্বত্বেও, পৰম্মৰাগতভাৱে, উদ্ভিদবিজ্ঞানত পৰ্বৰ সলনি বিভাগ (division) পদটো ব্যৱহাৰ কৰা হয়।১

তালিকা

প্ৰাণীজগতৰ পৰ্বসমূহ

পৰ্বঅৰ্থসাধাৰণ নামচাৰিত্ৰিক বৈশিষ্টপ্ৰজাতিৰ বিৱৰণ
Acanthocephalaকাঁইটিয়া মূৰযুক্ত কৃমিকাঁইটিয়া মূৰযুক্ত কৃমিকেইবাশাৰীও হাকুটাযুক্ত কাঁইটেৰে প্ৰতিবৰ্তী শোষক (proboscis) থাকেপ্ৰায় ৭৫৬
Acoelomorphaখাদ্যনলীবিহিনAcoelsমুখ বা খাদ্যনলী নাথাকে—
বলয়ী প্ৰাণীসৰু আঙুঠিবলয়ী প্ৰাণীদেহটো বলয়েৰে গঠিত১৭,০০০+ বিদ্যমান
সন্ধিপদী প্ৰাণীসন্ধিযুক্ত ভৰিসন্ধিপদী প্ৰাণীকাইটিনৰ (Chitin) বহিঃকংকালেৰে (exoskeleton) গঠিত দেহ আৰু ভৰিবোৰ সন্ধিযুক্ত১১,৩৪,০০০+
BrachiopodaArm footখোলা ধাৰীLophophore and pedicle৩০০-৫০০ বিদ্যমান
Bryozoaমছ সদৃশ প্ৰাণীমছ সদৃশ প্ৰাণী, সাগৰীয় দলিচাLophophore, no pedicle, Ciliated Tentacles, anus outside ring of cilia৫,০০০ বিদ্যমান
Chaetognathaদীঘল কেশৰৰ পাৰি (jaw)শৰ কৃমিমূৰ আৰু পশ্চাৎ অংশত কাইটিনেৰে গঠিত কাঁইট থাকেপ্ৰায় ১০০ বিদ্যমান
ক'ৰডাটামেৰুদণ্ডীমেৰুদণ্ডী প্ৰাণীফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, পৃষ্ঠৰজ্জু থাকেপ্ৰায় ১,০০,০০০+
Cnidariaশুংযুক্ত গছ (nettle)Coelenteratesশুংযুক্ত কোষ (stinging cells)প্ৰায় ১১,০০০
Ctenophoraফণিধাৰীফণি জেলীসংযুক্ত চিলিয়াৰ ফণিৰ দাঁত-সদৃশ আঠটা শাৰী থাকেপ্ৰায় ১০০ বিদ্যমান
CycliophoraWheel carryingSymbionচিলিয়া (cilia) যুক্ত ঘূৰণীয়া মুখ, থলী-সদৃশ (sac-like) দেহ৩+
কণ্টকচৰ্মী প্ৰাণীকাঁইটীয়া চালকণ্টকচৰ্মীFivefold radial Symmetry in living forms, mesodermal calcified spinesপ্ৰায় ৭,০০০ বিদ্যমান; প্ৰায় ১৩,০০০ বিলুপ্ত
Entoproctaঅন্তঃ পায়ুযুক্তপিয়লা সদৃশ প্ৰাণীচিলিয়াৰ আঙুঠিৰ ভিতৰত পায়ু থাকেপ্ৰায় ১৫০
GastrotrichaHair stomachMeiofaunaদুডাল সংযুক্ত প্ৰান্তিক নলী (terminal tube)প্ৰায় ৬৯০
Gnathostomulidaহনুযুক্ত মুখJaw worms—প্ৰায় ১০০
Hemichordataঅৰ্ধ ৰজ্জুAcorn worms, pterobranchsStomochord in collar, Pharyngeal slitsপ্ৰায় ১০০ বিদ্যমান
KinorhynchaMotion snoutMud dragonsপৃষ্ঠীয়চ্ছদা (dorsal plate)ৰ সৈতে এঘাৰটা খণ্ডত বিভক্তপ্ৰায় ১৫০
Loriciferaকৱচ ধাৰীBrush headsদুই মূৰত ছাতি-সদৃশ (Umbrella-like) বাকলি থাকেপ্ৰায় ১২২
Micrognathozoaসূক্ষ্ম হনুযুক্ত—এক্কৰডিয়নৰ (Accordion) দৰে প্ৰসাৰণশীল বক্ষ১
কোমলদেহী প্ৰাণীকোমলকোমলদেহীপেশীযুক্ত ভৰি আৰু mantle ঘুৰনীযা কৱচ থাকে১,১২,০০০
Nematodaসূতাৰ দৰেঘুৰনীযা কৃমিঘূৰণীয়া প্ৰস্থচ্ছেদ, Keratin Cuticle৮০,০০০–১০,০০,০০০
NematomorphaThread formHorsehair worms—প্ৰায় ৩০০
NemerteaA sea nymphফিতা কৃমি—প্ৰায় ১,২০০
Onychophoraনখ ধাৰীVelvet wormsভৰিৰ শেষাংশত কাইটিনৰ নখ থাকেপ্ৰায় ২০০ বিদ্যমান
Orthonectidaপোনে পোনে সাতুৰা—প্ৰজনন কোষৰ (sex cell) চাৰিওকাষে এতৰপীয়া চিলিয়াযুক্ত কোষ (ciliated cell) থাকেপ্ৰায় ২০
Phoronidaযীয়ুছৰ (Zeus) পত্নীHorseshoe wormsখাদ্যনলী ইউ-আকৃতিৰ (U-shaped)১১
Placozoaচেপেতা জন্তু——১
চেপেটা কৃমিচেপেটা কৃমিচেপেটা কৃমি—প্ৰায় ২৫,০০০
স্পঞ্জ*ৰন্ধ্ৰীSpongesছিদ্ৰ যুক্ত অভ্যন্তৰীণ বেৰ (interior wall) থাকে৫,০০০+ বিদ্যমান
Priapulidaসৰু প্ৰায়াপাছ (Priapus)——১৬
RhombozoaLozenge animal—Single anteroposterior axial cell surrounded by ciliated cells৭৫
Rotiferaচক্ৰ ধাৰীRotifersশৰীৰৰ অগ্ৰাংশত চিলিয়াৰ মুকুটৰ দৰে চক্ৰ থাকেপ্ৰায় ২,০০০
Sipunculaসৰু নলীPeanut wormsমুখখন ঘুৰাবপৰা টেণ্টাকুলে (tentacle) ঘেৰি থাকে১৪৪–৩২০
Tardigradaলেহেমীয়া খোজWater bearsদেহ আৰু মূৰ চাৰি ভাগত বিভক্ত১,০০০+
Xenoturbellidaআচৰিত চেপেটা কৃমি—চিলিয়াযুক্ত Deuterostome২
মুঠ: ৩৫২০,০০,০০০+

উদ্ভিদ জগতৰ বিভাগসমূহ

বিভাগঅৰ্থসাধাৰণ নামচাৰিত্ৰিক বৈশিষ্ট
Chlorophyta-শেলাই-
Charophyta-শেলাই-
AnthocerotophytaAnthoceros-সদৃশ উদ্ভিদশিঙৰ দৰে শিপাশিঙাল Sporophyte, সংবহন তন্ত্ৰ নাই
BryophytaBryum-সদৃশ উদ্ভিদ, মছ উদ্ভিদমছস্থায়ী শাখাহীন Sporophyte, সংবহন তন্ত্ৰ নাই
Marchantiophyta HepatophytaMarchantia-সদৃশ উদ্ভিদ,যকৃৎ উদ্ভিদযকৃৎ শিপাঅস্থায়ী শাখাহীন Sporophyte, সংবহন তন্ত্ৰ নাই
Lycopodiophyta,LycophytaLycopodium-সদৃশ উদ্ভিদ লাইকেনলাইকেনMicrophyll পাত, সংবহন তন্ত্ৰ
PteridophytaPteris-সদৃশ উদ্ভিদ, ঢেকীয়াঢেকীয়াProthallus Gametophyte, সংবহন তন্ত্ৰ
Pinophyta,ConiferophytaPinus-সদৃশ উদ্ভিদ Cone-bearing plantsসৰল গছCones containing seeds and wood composed of tracheids
Cycadophytaচাইকাছ-সদৃশ উদ্ভিদ, palm-সদৃশ উদ্ভিদCycadsবীজ, যৌগিক পত্ৰৰ মুকুট
GinkgophytaGinkgo-সদৃশ উদ্ভিদGinkgo, Maidenhairফলহীন বীজ (single living species)
GnetophytaGnetum-সদৃশ উদ্ভিদGnetophytesবীজ আৰু নলীকাযুক্ত কাষ্ঠিক সংবহন তন্ত্ৰ
Magnoliophyta / Anthophytaসপুষ্পক উদ্ভিদসপুষ্পক উদ্ভিদ, angiospermsফুল আৰু ফল, নলীকাযুক্ত সংবহন তন্ত্ৰ
মুঠ: ১২

ভেঁকুৰৰ বিভাগসমূহ

PhylumMeaningCommon nameDistinguishing characteristics
ChytridiomycotaLittle pot mushroomChytridsCellulose in cell walls, flagellated gametes
DeuteromycotaSecond mushroomImperfect fungiUnclassified fungi; only asexual reproduction observed no other major distinguishments
ZygomycotaYolk mushroomZygomycetesBlend Gametangia to form a Zygosporangium
GlomeromycotaBall mushroomNoneForm Arbuscular mycorrhizae with plants
AscomycotaBag/Wineskin MushroomSac fungiProduce spores in an 'Ascus'which is a kind of fruiting bud
BasidiomycotaBasidium MushroomClub FungiProduce spores from a 'Basidium' which is a kind of fruiting bud
Total: ৬

বেক্টেৰিয়াৰ পৰ্ব / বিভাগসমূহ

বৰ্তমানে, ২৯টা আছে-

  1. Acidobacteria, phenotipically diverse and mostly uncultured
  2. Actinobacteria, High-G+C Gram positive species
  3. Aquificae, only 14 thermophilic genera, deep branching
  4. Bacteroidetes
  5. Caldiserica, formerly candidate division OP5, Caldisericum exile is the sole representative
  6. Chlamydiae, মাত্ৰ ৬টা গণ আছে
  7. Chlorobi, মাত্ৰ ৭টা গণ আছে
  8. Chloroflexi,
  9. Chrysiogenetes, মাত্ৰ ৩টা গণ আছে (Chrysiogenes arsenatis, Desulfurispira natronophila, Desulfurispirillum alkaliphilum)
  10. Cyanobacteria, নীল-সেউজ শেলাই বুলিও কোৱা হয়
  11. Deferribacteres
  12. Deinococcus-Thermus, Deinococcus radiodurans and Thermus aquaticus are "commonly known" species of this phyla
  13. Dictyoglomi
  14. Elusimicrobia, formerly candidate division Thermite Group 1
  15. Fibrobacteres
  16. Firmicutes, Low-G+C Gram positive species, such as the spore-formers Bacilli (aerobic) and Clostridia (anaerobic)
  17. Fusobacteria
  18. Gemmatimonadetes
  19. Lentisphaerae, formerly clade VadinBE97
  20. Nitrospira
  21. Planctomycetes
  22. Proteobacteria, অত্যধিক জ্ঞাত পৰ্ব, Escherichia coli বা Pseudomonas aeruginosaৰ দৰে প্ৰজাতি অন্তৰ্গত
  23. Spirochaetes, Lyme diseaseৰ কাৰক, Borrelia burgdorferi নামৰ প্ৰজাতি ইয়াৰ অন্তৰ্গত
  24. Synergistetes
  25. Tenericutes, alternatively class Mollicutes in phylum Firmicutes (notable genus: Mycoplasma)
  26. Thermodesulfobacteria
  27. Thermomicrobia
  28. Thermotogae, deep branching
  29. Verrucomicrobia

আৰ্কিয়াৰ পৰ্বসমূহ

  1. Crenarchaeota, আৰ্কিয়াৰ দ্বিতীয় সাধাৰণ পৰ্ব
  2. Euryarchaeota, আৰ্কিয়াৰ সাধাৰণ পৰ্ব
  3. Korarchaeota
  4. Nanoarchaeota, অতি ক্ষুদ্ৰ symbiotes
  5. Thaumarchaeota

বাহ্যিক সংযোগ

Phylum

তথ্যসূত্ৰ

  1. ↑ Berg, Linda R. (2007-03-02). Introductory Botany: Plants, People, and the Environment. Cengage Learning. পৃ. 15. ISBN 9780534466695

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্ব (জীৱবিদ্যা)” প্ৰবন্ধৰ সংশোধন ২৩৫৯৫৭ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।