অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

শ্ৰেণী (জীৱবিদ্যা)

জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী (classis) হৈছে, ৰাজ্য, পৰ্ব, বৰ্গ, পৰিয়াল, গণ, আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জীৱবৈজ্ঞানিক বৰ্গীকৰণত, শ্ৰেণী (classis) হৈছে, ৰাজ্য, পৰ্ব, বৰ্গ, পৰিয়াল, গণ, আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে।

ইতিহাস

১৬৯৪ চনত, শ্ৰেণী যে এটা সুনিৰ্দিষ্ট নামেৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান, সেইটো ফ্ৰান্সৰ উদ্ভিদবিদ জোছেফ পিট্টন ডে টৰ্নেফৰ্টে তেওঁৰ এলিমেণ্টছ ডে বটেনিকত প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল।

কেৰলাছ লিনিয়াছে তেওঁৰ ছিষ্টেমা নেচাৰিয়াৰ (১৭৩৫) প্ৰথম সংস্কৰণত১তেওঁৰ ৰাজ্য এনিমেল, ভেজিটেবিল আৰু লেপিডিয়ামক শ্ৰেণী হিচাপেহে বিভক্ত কৰিছিল। আজিকালি ব্যৱহাৰ হোৱা শ্ৰেণীবোৰৰ ভিতৰত কেৱল এনিমেল ( প্ৰাণী )ৰ ক্ষেত্ৰতহে সাদৃশ্য পৰিলক্ষিত হয়। আৰ্নষ্ট হেকেলে ১৯বিংশ শতিকাত, পৰ্বৰ ধাৰণা অৱতাৰনা নকৰালৈকে শ্ৰেণীকেই বৰ্গীকৰণৰ সৰ্বোচ্চ স্থান বুলি গণ্য কৰা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ Mayr E. (1982). The Growth of Biological Thought. Cambridge: The Belknap Press of Harvard University Press. ISBN 0-674-36446-5
  2. ↑ Collins, A.G., Valentine, J.W. (2001). "Defining phyla: evolutionary pathways to metazoan body plans." আৰ্কাইভ কপি Evol. Dev. 3: 432-442

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰেণী (জীৱবিদ্যা)” প্ৰবন্ধৰ সংশোধন ৬৪০২৪৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।