অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পূব জয়ন্তীয়া পাৰ্বত্য জিলা

পূব জয়ন্তীয়া পাৰ্বত্য (East Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ খিলেৰিহাটত অৱস্থিত। পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা গঠন কৰা হৈছে।

হালনাগাদ: ১৬ মে’ ২০২১ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পূব জয়ন্তীয়া পাৰ্বত্য (East Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ খিলেৰিহাটত অৱস্থিত। পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা গঠন কৰা হৈছে।

ভূগোল

জিলাখনৰ মুঠ এলেকা হৈছে ২১১৫ বৰ্গ কিলোমিটাৰ। জিলাখনক দুটা Community & Rural Development Block য়ে পৰিচালনা (compose) কৰে, সেইবোৰ হ’ল- Khliehriat C&RD Block, আৰু Saipung C&RD Block। চাৰিসীমা-

বিভাগ

প্ৰশাসনিক বিভাগসমূহ

পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত:১

নামমুখ্যালয়জনসংখ্যাস্থিতি
খিলেৰিহাটখিলেৰিহাটJaintia Hills Subdivisions Khliehriat.png
চাইপুংচাইপুংJaintia Hills Subdivisions Saipung.png

তথ্যসূত্ৰ

  1. ↑ (2011). Meghalaya Administrative Divisions. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব জয়ন্তীয়া পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ২৭৭৩৭৩ (১৬ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।