দক্ষিণ গাৰো পাৰ্বত্য (South Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ বাঘমৰাত অৱস্থিত। ২০০১ চন অনুসৰি ই মেঘালয়ৰ সকলোতকৈ কম জনবহুলৰ জিলা (out of 7)।১ জিলাখন ১৯৯২ চনত প্ৰতিষ্ঠিত হৈছিল।
ভূগোল
বাঘমৰা দক্ষিণ গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১৮৫০ বৰ্গ কিলোমিটাৰ। দক্ষিণ গাৰো পাৰ্বত্য জিলাত তেতিয়া ৫টা বিধানসভা কেন্দ্ৰ আছিল যদিও বৰ্তমানে ইয়াৰ সংখ্যা হ’ল ৩টা।
জিলা
প্ৰশাসনিক বিভাগসমূহ
দক্ষিণ গাৰো পাৰ্বত্য জিলাখন চাৰিটা ব্লকত বিভক্ত:২
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ (2011). Meghalaya Administrative Divisions. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ গাৰো পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ২৬৭৩৮০ (১২ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।