পশ্চিম খাছী পাৰ্বত্য (West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।
ইতিহাস
পশ্চিম খাছী পাৰ্বত্য জিলাখন খাছী পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে, যাক ১৯৭৬ চনৰ ২৮ অক্টোবৰত পশ্চিম আৰু পূব খাছী পাৰ্বত্য জিলাত হিচাপে বিভক্ত কৰা হৈছিল।
ভূগোল
নংষ্ট'ইন পশ্চিম খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ৫২৪৭ বৰ্গ কিলোমিটাৰ।
বিভাগ
প্ৰশাসনিক বিভাগসমূহ
পশ্চিম খাছী পাৰ্বত্য জিলাখন চাৰিটা ব্লকত বিভক্ত:১
| নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
| মৈৰাং | মৈৰাং | ||
| মৱচীনৰাট (Mawshynrut) | ৰিয়াঙদো (Riangdo) | ||
| মাৱথাদ্ৰৈচান | নংশ্বিলং | ||
| নংষ্ট'ইন | নংষ্ট'ইন |
জনগাঁথনি
২০০১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম খাছী পাৰ্বত্য জিলাৰ জনসংখ্যা ৩৮৩,৪৬১ জন,২ মালদ্বীপ দেশৰ সমান।৩ ই ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫৬২তম স্থান লাভ কৰিছে।২ জিলাখনৰ জনসংখ্যাৰ ঘনত্ব 73 PD/sqkm।২ ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩০.২৫%।২ ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮০ গৰাকী২ আৰু সাক্ষৰতাৰ হাৰ ৭৭.৮৭% ৷২
বাহ্যিক সংযোগ
- West Khasi Hills website
- Khasi Hills Autonomous District Council website
- West Khasi Hills District website
তথ্যসূত্ৰ
- ↑ (2011). Meghalaya Administrative Divisions. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ US Directorate of Intelligence. Country Comparison:Population
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম খাছী পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৬৯৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।