অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পটিয়া পাত বেং

পটিয়া পাত বেং (Common tree frog, বৈজ্ঞানিক নাম-Polypedates leucomystax)'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি৷

হালনাগাদ: ১৯ মাৰ্চ ২০১৫ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ
Adult at Darmaga (Bogor Regency, West Java, Indonesia)
Adult at Darmaga (Bogor Regency, West Java, Indonesia)ছবি: W.A. Djatmiko (Wie146) · CC BY-SA 3.0

পটিয়া পাত বেং (Common tree frog, বৈজ্ঞানিক নাম-Polypedates leucomystax)'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি৷

বিতৰণ

পটিয়া পাত বেং ঘাইকৈ বাংলাদেশ, ব্ৰণেই, কম্বোডিয়া, চীন, ্যাৰত, ইণ্ডোনেছিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম] আৰু ভূটান আদি দেশত বিস্তৃত হৈ আছে৷ শেহতীয়াকৈ এই ভেকুলীবিধক জাপানত পুনৰ সংস্থাপন কৰা হৈছে৷

বাসস্থান

পটিয়া পাত বেঙৰ প্ৰধান বাসস্থান হৈছে ক্ৰান্তীয় বা অৰ্ধক্ৰান্তীয় সেমেকা বনাঞ্চল, সেমেকা ঘাঁহনি, নদ-নদী, পুখুৰী, খেতি-পথাৰ আদি৷

আচৰণ

তথ্যসুত্ৰ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

উভচৰজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পটিয়া পাত বেং” প্ৰবন্ধৰ সংশোধন ১৪৭২৬৫ (১৯ মাৰ্চ ২০১৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।