ডাঙৰ দলনি বেং (Bhamo Frog বৈজ্ঞানিক নাম-Humerana humeralis) 'Ranidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।
বিতৰণ
এই ভেকুলীবিধ ঘাইকৈ বাংলাদেশ, ভাৰত, ম্যানমাৰ, নেপাল আৰু ভূটান আদি দেশত দেখা পোৱা যায়। ১
বাসস্থান
ডাঙৰ দলনি বেঙৰ প্ৰধান বাসস্থান হৈছে ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় সেমেকা বনাঞ্চলসমূহ
আচৰণ
তথ্যসূত্ৰ
- ↑ Frost, Darrel R. (2013). Humerana humeralis (Boulenger, 1887). Amphibian Species of the World 5.6, an Online Reference. American Museum of Natural History
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাঙৰ দলনি বেং” প্ৰবন্ধৰ সংশোধন ২৩৫০৬২ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।