অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নোমল মমিন

নোমল মমিন(জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭২) অসমৰ কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক তথা চিকিৎসক। বৰ্তমান তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষ। পেছাত চিকিৎসক ডাঃ নোমল মমিন ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১৪ এপ্ৰিল ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নোমল মমিন(জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭২) অসমৰ কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক তথা চিকিৎসক। বৰ্তমান তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষ। পেছাত চিকিৎসক ডাঃ নোমল মমিন ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও মমিন অসম নগৰীয়া পানী যোগান আৰু নলা-নৰ্দমা ব’ৰ্ডৰ অধ্যক্ষ। তেওঁ গাৰো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি।১ ২৩৪৫

শিক্ষা আৰু জীৱনী

মমিনে ১৯৮৯ চনত বোকাজানৰ বালিপথাৰ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। ১৯৯৯ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰপৰা স্নাতক (MBBS) সম্পন্ন কৰে। নোমল মমিন গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক আছিল। তেওঁ ২০০৬ চনত অসম চিকিৎসা মহাবিদ্যালয়ত এম.ডি.(মেডিচিন)ও আছিল।৬ অনুপমা হাজংৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছে।

তথ্যসূত্ৰ

  1. ↑ Numal Momin takes charge as chairperson of water ssupply board. Pratidin Time
  2. ↑ (15 October 2016). Karbi Anglong BJP unit formed. The Assam Tribune
  3. ↑ Assam to develop mechanism to reach out to 'small communities'
  4. ↑ MLAs, security officials visit India-Bangla border
  5. ↑ BJP will ensure benefits reach women and children in Meghalaya. The Shillong Times
  6. ↑ Numal Momin bio. National Election Watch

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকঅসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মীঅসমীয়া চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নোমল মমিন” প্ৰবন্ধৰ সংশোধন ৫০৩৫৫৫ (১৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।