অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীতি টেইলৰ

নীতি টেইলৰ (Niti Taylor; জন্ম: ৮ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী দূৰদৰ্শন অনুষ্ঠানসমূহত অভিনয় কৰে। এমটিভি ইণ্ডিয়াৰ ধাৰাবাহিক কেইছি য়েহ ইয়াৰিয়াঁত নন্দিনী মূৰ্তি, গুলামত শিৱানী মাথুৰ আৰু ইশ্বকবাজত মন্নত কৌৰ খুৰানাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নীতি টেইলৰ (Niti Taylor; জন্ম: ৮ নৱেম্বৰ ১৯৯৪)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী দূৰদৰ্শন অনুষ্ঠানসমূহত অভিনয় কৰে। এমটিভি ইণ্ডিয়াৰ ধাৰাবাহিক কেইছি য়েহ ইয়াৰিয়াঁত নন্দিনী মূৰ্তি,২৩৪ গুলামত শিৱানী মাথুৰ আৰু ইশ্বকবাজত মন্নত কৌৰ খুৰানাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।

প্ৰাৰম্ভিক জীৱন

১৯৯৪ চনৰ ৮ নৱেম্বৰত দিল্লীত গুজৰাটী পিতৃ৫ আৰু কলকাতাৰ বঙালী খ্ৰীষ্টান মাতৃৰ গৃহত টেইলৰে জন্মগ্ৰহণ কৰিছিল।৬৭৮

কৰ্মজীৱন

২০০৯ চনত, ১৫ বছৰ বয়সতেই টেইলৰে প্যাৰ কা বন্ধনৰ ধাৰাবাহিকেৰে টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।৮ পাৰ্থ সমথানৰ বিপৰীতে এমটিভি ইণ্ডিয়াৰ ধাৰাবাহিক কেইছি য়ে য়াৰিয়াঁত নন্দিনী মূৰ্তিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিৰাট সাফল্য অৰ্জন কৰে।

২০১৬ চনত তেওঁ সিদ্ধাৰ্থ গুপ্তাৰ বিপৰীতে "পৰিন্দে কা পাগলপান" মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল।৯ ২০১৭ চনত পৰম সিঙৰ বিপৰীতে ক্ৰাইম থ্ৰিলাৰধৰ্মী ধাৰাবাহিক গুলামত শিৱানীৰ চৰিত্ৰত অভিনয় কৰিছিল।১০ ২০১৯ চনত টেইলৰে ইছকবাজ নামৰ ধাৰাবাহিকখনত মন্নত কৌৰ খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল।১১ একে বছৰতে তেওঁ এটা পঞ্জাবী ভাষাৰ সংগীত ভিডিঅ' "কেপুচিনো"ত দেখা গৈছিল। ২০২২ চনত, তেওঁ ঝলক দিখলা যা ১০-ত অংশগ্ৰহণ কৰিছিল আৰু কোৰিঅ'গ্ৰাফাৰ আকাশ থাপাৰ সৈতে যুটি বান্ধিছিল। ছেমি ফাইনেল সপ্তাহান্তত তেওঁলোক শ্ব'ৰ পৰা বাহিৰ হয়।১২১৩

২০২৩ চনত, টেইলৰক চনী টিভিৰ বড়ে আচ্ছে লাগতে হে ২ নামৰ ধাৰাবাহিকখনত ৰণদীপ ৰায়ৰ বিপৰীতে প্ৰাচী কাপুৰৰ চৰিত্ৰত দেখা গৈছিল।১৪

ব্যক্তিগত জীৱন

টেইলৰে ২০১৯ চনৰ ১৩ আগষ্টত, তেওঁৰ প্ৰেমিক পৰীক্ষিত বাৱাৰ সৈতে বাগদান কৰিছিল।১৫১৬ তেওঁলোকে এবছৰ পিছত, ২০২০ চনৰ ১৩ আগষ্টত বিবাহ পাশত আৱদ্ধ হৈছিল।

সংবাদ মাধ্যম

২০৫ চনৰ ডিচেম্বৰ মাহত, যুক্তৰাজ্য ভিত্তিক বাতৰি কাকত ইষ্টাৰ্ণ আই'ৰ ৫০ গৰাকী চেক্সিয়েষ্ট এছিয়ান মহিলাৰ তালিকাত, তেওঁ সৰ্বাধিক স্থান প্ৰাপ্ত নৱাগতাসকলৰ ভিতৰত ১৫ তম স্থান লাভ কৰে।১৭ নিতি টেইলৰে ২০১৬ চনত ইষ্টাৰ্ণ আইৰ ৫০ গৰাকী চেক্সিয়েষ্ট এছিয়ান মহিলাৰ তালিকাত দ্বাদশ স্থান লাভ কৰিছিল।১৮ ইষ্টাৰ্ণ আইৰ শীৰ্ষ ৫০ গৰাকী চেক্সিয়েষ্ট এছিয়ান মহিলাসকলৰ ভিতৰত তেওঁ ২০১৮ চনত দশম স্থান লাভ কৰিছিল।১৯

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামভূমিকাভাষাতথ্যসূত্ৰ
২০১২মেম বায়াছুকু বচমদিলৰুবা "দিল" বেগমতেলেগু২০
২০১৩পেল্লী পুস্তকমনীতি২১২২
২০১৪লাভ ডট কমশ্ৰাৱনী২৩২৪

দূৰদৰ্শন

বৰ্ষশিৰোনামভূমিকাটোকাতথ্য.
২০০৯প্যাৰ কা বন্ধনইশ্বিতা
২০১০–২০১১গুলালদেৱিকা
২০১১–২০১৪বড়ে আচ্ছে লাগতে হেনয়না ৰাজীৱ
২০১২সাৱধান‌ ইণ্ডিয়াছাবা
২০১৩য়েহ হ্যায় আশিকিতৃষাছিজন ১
ৱেবেডদিব্যা
২০১৪হাল্লা বোলস্বাতী
২০১৪–বৰ্তমানকেইছি য়েহ ইয়াৰিয়াঁনন্দিনী মূৰ্তি২৫২৬
২০১৬প্যাৰ তুনে ক্যা কিয়াবিধি
আয়োজকছিজন ৭২৭
২০১৭গুলামশিৱানী
২০১৮লাল ইছকচিত্ৰা সচদেৱ৩য় খণ্ড২৮
২০১৯ইছকবাজমন্নত কৌৰ খুৰানা২৯
২০২২ঝলক দিখ্লা যা ১০প্ৰতিযোগীছেমি ফাইনেলিষ্ট৩০৩১
২০২২বিগ বছঅতিথিছিজন ১৬৩২
২০২৩বড়ে আচ্ছে লাগতে হে ২প্ৰাচী কাপুৰ৩৩

ৱেব শ্ব'

+বৰ্ষশিৰোনামভূমিকাতথ্য.
২০১৮ - বৰ্তমানকেইছি য়েহ ইয়াৰিয়াঁনন্দিনী মূৰ্তি৩৪
২০২২ছ’চিয়েল স্কোৱাডআয়োজক৩৫

সংগীত ভিডিঅ'

বৰ্ষশিৰোনামকণ্ঠশিল্পী(সকল)ভাষাতথ্য.
২০১৮গুচ্চাবিগ ঢিল্লোঁপঞ্জাবী৩৬
হালকা হালকা চুৰুৰ হ্যায়ষ্টেবিন বেনহিন্দী৩৭
ফেনচ নাহি ফ্ৰেণ্ডছপলাশ মুচ্ছল
মেৰে য়াৰভিকেপঞ্জাবী৩৮
২০১৯কেপুচিনোআৰ. নাজ৩৯
২০২০বাছিন্দাআৰ্কো, অংকিত তিৱাৰী, ৰাগিণী টেণ্ডনহিন্দী৪০
২০২২নয়না মেৰেসুয়াশ ৰায়৪১
২০২৩তু আশিকী হে মেৰীপায়েল দেৱ, ষ্টেবিন বেন৪২৪৩

তথ্যসূত্ৰ

  1. ↑ (8 November 2017). Happy Birthday Niti Taylor: Interesting facts about the young star. The Indian Express
  2. ↑ Pasupulate, Karthik. (23 June 2013). Niti goes back to college. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Tiwari, Vijaya. (21 September 2013). Niti Taylor & Siddhi Karwa in Mtv Webbed. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (27 July 2017). It was a wonderful journey but time to move on: Niti Taylor on her exit from Ghulaam. indianexpress.com
  5. ↑ (1 October 2020). Learning Gujrati From Daddy. Niti Taylor
  6. ↑ Doshi, Hasti. (4 April 2021). Niti Taylor recalls the time when she would paint Easter eggs and sing carols in church. The Times of India
  7. ↑ Chaudhury, Neha. (25 December 2020). Niti Taylor celebrates Christmas with family after 10 years. The Times of India
  8. ↑ (8 November 2017). Happy Birthday, Niti Taylor: 8 things you probably didn't know about the Ghulaam actress. India Today
  9. ↑ (15 February 2016). Niti Taylor and Siddharth Gupta heat it up in 'Parindey Ka Pagalpan'; where's Parth Samthaan?. DNA India
  10. ↑ (9 January 2017). TV actor Niti Taylor refuses Kaisi Yeh Yaariaan 3, opts for more challenging role in Ghulam. The Indian Express
  11. ↑ (13 January 2019). Kaisi Yeh Yaariaan star Niti Taylor to make TV comeback with Ishqbaaz. Details inside. India Today
  12. ↑ Keshri, Shweta. (21 July 2022). After Paras Kalnawat and Nia Sharma, Dheeraj Dhoopar and Niti Taylor are also revealed to be confirmed contestants for Jhalak Dikhhla Jaa 10. India Today
  13. ↑ (20 November 2022). Niti Taylor responds to her and Nia Sharma's surprise double elimination from Jhalak Dikhhla Jaa 10: 'Never expected..'. Hindustan Times
  14. ↑ Exclusive! It is ironical how after playing a character role in the first season of Bade Achhe Lagte Hain, I will now play the lead in the second season: Niti Taylor. The Times of India
  15. ↑ Ishqbaaz actress Niti Taylor to get engaged tomorrow with beau Parikshit Bawa; shares pic. The Times of India
  16. ↑ Shiksha, Shruti. (13 August 2019). 'Ishqbaaz' actress Niti Taylor engaged to boyfriend Parikshit Bawa - See pics. Zee News
  17. ↑ (10 December 2015). Priyanka Chopra voted 'Sexiest Asian Woman' in UK poll. Business Standard. Press Trust of India
  18. ↑ (16 January 2018). Ghulaam actress Niti Taylor hits 1 Million on Instagram, thanks fans in a post. The Times of India
  19. ↑ 50 sexiest asian women: Latest News & Videos, Photos about 50 sexiest asian women · The Economic Times - Page 1. The Economic Times
  20. ↑ Pasupulate, Karthik. (23 June 2012). Mem Vayasuki Vacham Movie Review. The Times of India
  21. ↑ Chowdhary, Y. Sunita. Something went wrong. The Hindu
  22. ↑ Niti goes back to college. The Times of India
  23. ↑ Love dot com. The Times of India
  24. ↑ (15 February 2014). Love Dot Com Telugu Movie Review, Rating. India Herald
  25. ↑ (25 August 2015). Kaisi Yeh Yaariyan: Know all about the star cast. The Times of India
  26. ↑ (9 April 2022). Parth Samthaan shares BTS pics from Kaisi Yeh Yaariyaan 4's shoot with Niti Taylor; fans react. TOI
  27. ↑ (16 January 2018). Actress Niti Taylor hits 1 Million on Instagram, thanks fans in a post - Times of India. The Times of India
  28. ↑ (30 May 2018). Niti Taylor joins 'Laal Ishq'. Business Standard India
  29. ↑ (14 January 2019). Niti Taylor to romance Nakuul Mehta in Ishqbaaz; fans are elated with the news. Times Of India
  30. ↑ Keshri, Shweta. (25 July 2022). Nia Sharma, Niti Taylor, chef Zorawar Kalra are first 3 confirmed contestants of Jhalak Dikhhla Jaa 10. India Today
  31. ↑ (5 August 2022). Jhalak Dikhhla Jaa 10: Karan Johar, Madhuri Dixit & Maniesh Paul begin shooting for the show. PINKVILLA
  32. ↑ Bigg Boss 16: Parth Samthaan and Niti Taylor promote Kaisi Yeh Yaariaan 4; MaNan fans are excited. IMDb
  33. ↑ (6 February 2023). Bade Achhe Lagte Hain 2 Promo: Niti Taylor-Ranndeep Rai's fresh 'Jodi' and storyline impresses viewers. Pinkvilla
  34. ↑ (2018-05-12). Kaisi Yeh Yaariaan Season 3: Niti Taylor Enjoys Daily Soaps Over Web Series, Says I Want To Get Back To TV – Exclusive · India.com. www.india.com
  35. ↑ 13K views · 181 reactions · CSS2 · Toh phir derr kis baat ki hai? Kar lijiye enroll, to become a part of the best social squad! 😻 Register now from the link below! 👇🏻.. · By COLORS TV · Facebook
  36. ↑ Niti Taylor - Top Songs - Listen on JioSaavn. JioSaavn
  37. ↑ Hindi Song Ye Jo Halka Halka Suroor Hai Sung By Stebin Ben Ft. Niti Taylor. The Times of India
  38. ↑ पंजाबी सॉन्ग: मेरे यार. Navbharat Times
  39. ↑ (16 July 2019). Niti Taylor And Abhishek Verma Make An Adorable Couple In 'Cappuccino' - Times of India. The Times of India
  40. ↑ Baashinda song - Gaana.com
  41. ↑ (26 February 2022). In New Song Naina Mere, Pratik Sehajpal Features as Young Lover of Niti Taylor. News18
  42. ↑ (18 August 2023). Badshah's new favourite song is Stebin Ben's latest Tu Aashiqui Hai Meri. Zee News
  43. ↑ (18 August 2023). Tu Aashiqui Hai Meri sung by Payal Dev and Stebin Ben starring Niti Taylor. The Times of India

সম্পৰ্কিত শ্ৰেণী

দিল্লীৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীভাৰতীয় ৱেব ধাৰাবাহিকৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীতি টেইলৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৯২৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।