অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নিউজ ১৮ অসম নৰ্থ ইষ্ট

নিউজ ১৮ অসম নৰ্থ ইষ্ট (News18 Assam North East) অসমৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট বাতৰি চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটোৰ গৰাকী নেটৱৰ্ক১৮ গোষ্ঠী। ইয়াত মূলতঃ অসমীয়া ভাষাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নিউজ ১৮ অসম নৰ্থ ইষ্ট (News18 Assam North East) অসমৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট বাতৰি চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটোৰ গৰাকী নেটৱৰ্ক১৮ গোষ্ঠী।১ ইয়াত মূলতঃ অসমীয়া ভাষাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।

উল্লেখযোগ্য অনুষ্ঠান

  • দ্ৰুত সংবাদ
  • দিনটোৰ শিৰোনাম
  • গাঁও চহৰ জিলাৰ খবৰ
  • অপৰাধনামা
  • দ্য প্ৰাইম শ্ব'
  • প্ৰাইম ডিবেট

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আনুষ্ঠানিক ৱেবছাইট. News18

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলঅসমৰ প্ৰচাৰ মাধ্যম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউজ ১৮ অসম নৰ্থ ইষ্ট” প্ৰবন্ধৰ সংশোধন ৫২৯৮০০ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।