অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

দৰবাৰ হাউছ শিলালিপি

দৰবাৰ হাউছ শিলালিপি ১৬৬০ শক (১৭৩৮ খ্ৰীষ্টাব্দত) খোদিত হৈছিল, য’ত বৰফুকনৰ দৰবৰ (কাৰ্যালয়)-ৰ দক্ষিণ জয়াদুৱাৰ নিৰ্মাণৰ ঘটনা তৰুণ দুৱৰা বৰফুকনৰ পৰ্যবেক্ষণত আৰু শিৱ সিংহৰ আদেশত কৰা হৈছিল বুলি লিখিত আছে।

হালনাগাদ: ২৮ আগষ্ট ২০২৫ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দৰবাৰ হাউছ শিলালিপি ১৬৬০ শক (১৭৩৮ খ্ৰীষ্টাব্দত) খোদিত হৈছিল, য’ত বৰফুকনৰ দৰবৰ (কাৰ্যালয়)-ৰ দক্ষিণ জয়াদুৱাৰ নিৰ্মাণৰ ঘটনা তৰুণ দুৱৰা বৰফুকনৰ পৰ্যবেক্ষণত আৰু শিৱ সিংহৰ আদেশত কৰা হৈছিল বুলি লিখিত আছে।১

মূলতঃ এই শিলালিপি বৰফুকনৰ দৰবৰৰ দক্ষিণ ফটকত আছিল, য’ৰপৰা বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছে।২৩

তথ্যসূত্ৰ

  • Phukan, J.N. (1997). Studies in some aspects of inscriptions of the Ahom kings. Gauhati University
  • Neog, Maheswar. (1974). Prachya-sasanavali

তথ্যসূত্ৰ

  1. ↑ Phukan 1997, পৃ. 31
  2. ↑ Phukan 1997, পৃ. 31
  3. ↑ Neog 1974, পৃ. 155

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্যস্থাপত্যঅসমৰ ইতিহাসঅসমআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰবাৰ হাউছ শিলালিপি” প্ৰবন্ধৰ সংশোধন ৫৩৫৪৫২ (২৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।