অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দিনজান

দিনজান (বা দিনজয় গাঁও) ডিব্ৰুগড় জিলাৰ এখন সৰু চহৰ। ই অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত অৱস্থিত। তিনিচুকীয়া দিনজানৰ আটাইতকৈ ওচৰৰ চহৰ। দ্বিতীয় বিশ্বযুদ্ধত দিনজান বিমানঘাটৰ পৰা CNAC ৰ C-47 উৰা মাৰি জাপানৰ বিৰুদ্ধে চীনৰ কুনমিংলৈ বিভিন্ন ৰচদ-পাতি লৈ গৈছিল।

হালনাগাদ: ৩১ জুলাই ২০২৬ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দিনজান (বা দিনজয় গাঁও) ডিব্ৰুগড় জিলাৰ এখন সৰু চহৰ। ই অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত অৱস্থিত। তিনিচুকীয়া দিনজানৰ আটাইতকৈ ওচৰৰ চহৰ। দ্বিতীয় বিশ্বযুদ্ধত দিনজান বিমানঘাটৰ পৰা CNAC ৰ C-47 উৰা মাৰি জাপানৰ বিৰুদ্ধে চীনৰ কুনমিংলৈ বিভিন্ন ৰচদ-পাতি লৈ গৈছিল। একে ধৰণৰ বিমানঘাট চাবুৱা, লিডু, মোহনবাৰী আৰু ডুমডুমাত আছে।

অৱস্থান

দিনজানৰ স্থানাংক আৰু সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৪০০ ফুট।১ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ দিনজানৰ মাজেৰে পাৰ হৈ গৈছে। তিনিচুকীয়া ৰেল ষ্টেচন দিনজানৰ পৰা প্ৰায় ৯.৯ কিঃমিঃ নিলগত। মোহনবাৰীস্থিত ডিব্ৰুগড় বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৪৫ কিঃমিঃ দূৰত অৱস্থিত।

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Map and weather of Dinjan

সম্পৰ্কিত শ্ৰেণী

ডিব্ৰুগড় জিলাঅসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিনজান” প্ৰবন্ধৰ সংশোধন ৬২২১৫১ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।