অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডেট্ গাষ্টি মৰ্নিং

ডেট্ গাষ্টি মৰ্নিং হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চুটিছবি। আলজেইমাৰ ৰোগক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা চুটিছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। মুঠ চাৰিটা চৰিত্ৰ থকা চুটিছবিখনত অভিনয় কৰিছে অৰুণ নাথ, সীমা বিশ্বাস, কপিল বৰা আৰু উৰ্মিলা মহন্তই।

হালনাগাদ: ২০ জুন ২০২০ ৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডেট্ গাষ্টি মৰ্নিং হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চুটিছবি। আলজেইমাৰ ৰোগক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা চুটিছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা।১ মুঠ চাৰিটা চৰিত্ৰ থকা চুটিছবিখনত অভিনয় কৰিছে অৰুণ নাথ, সীমা বিশ্বাস, কপিল বৰা আৰু উৰ্মিলা মহন্তই।

তথ্যসূত্ৰ

  1. ↑ Dutta,Reema. “আলজেইমাৰ” বেমাৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া চুটি ছবি. rupaliparda

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চুটিছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেট্ গাষ্টি মৰ্নিং” প্ৰবন্ধৰ সংশোধন ২৩৯১৫৭ (২০ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।