অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অহল্যা (চুটিছবি)

অহল্যা হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন বঙালী ভাষাৰ ভাৰতীয় চুটিছবি। সুজয় ঘোষে পৰিচালনা কৰা চুটিছবিখনত ৰামায়ণত বৰ্ণিত ইন্দ্ৰ, অহল্যা আৰু গৌতম মুণিৰ এটি কাহিনীক আধুনিকীকৰণ কৰি অন্যধৰণেৰে তুলি ধৰিছে। সৌমিত্ৰ চেটাৰ্জী, ৰাধিকা আপ্টে আৰু তোটা ৰয় চৌধুৰীয়ে চুটিছবিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে।

হালনাগাদ: ২৩ জুন ২০২০ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অহল্যা হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন বঙালী ভাষাৰ ভাৰতীয় চুটিছবি। সুজয় ঘোষে পৰিচালনা কৰা চুটিছবিখনত ৰামায়ণত বৰ্ণিত ইন্দ্ৰ, অহল্যা আৰু গৌতম মুণিৰ এটি কাহিনীক আধুনিকীকৰণ কৰি অন্যধৰণেৰে তুলি ধৰিছে। সৌমিত্ৰ চেটাৰ্জী, ৰাধিকা আপ্টে আৰু তোটা ৰয় চৌধুৰীয়ে চুটিছবিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে।১

অভিনয়ত

  • অহল্যাৰ চৰিত্ৰত ৰাধিকা আপ্টে
  • গৌতম সাধুৰ চৰিত্ৰত সৌমিত্ৰ চেটাৰ্জী
  • পুলিছ ইন্দ্ৰ সেনৰ চৰিত্ৰত তোটা ৰয় চৌধুৰী
  • অৰ্জুনৰ চৰিত্ৰত আয়ুষ্মান মিত্ৰ

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Watch: Radhika Apte and Soumitra Chatterjee's haunting performances in Sujoy Ghosh's '. Dnaindia

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চুটিছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহল্যা (চুটিছবি)” প্ৰবন্ধৰ সংশোধন ২৩৯৫০২ (২৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।