মঙহ দহাৰ গোন্ধ (Mongoh Dohar Gondh) হ’ল এখন অসমীয়া ছুটি ছবি। ছবিখন পৰিচালনা কৰিছে মৃণাল ডেকাই। ছবিখনে ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিছিল। কথাছবিখন একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ ২০২১-লৈও নিৰ্বাচিত হৈছিল।১২
মুক্তি
ছবিখনে এমএক্স প্লেয়াৰত মুক্তি লাভ কৰিছে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঙহ দহাৰ গোন্ধ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৬৯২৩২ (২০ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।