সমাজবাদী পাৰ্টি ভাৰতৰ এটা সমাজবাদী ৰাজনৈতিক দল। জনতা দলৰ প্ৰাক্তন ৰাজনীতিবিদ মুলায়াম সিং যাদৱে প্ৰতিষ্ঠা কৰা এইখনৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। বৰ্তমান সমাজবাদী পাৰ্টিৰ নেতৃত্বত আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ। ১
তথ্যসূত্ৰ
- ↑ দলৰ বিষয়ে. Samajwadi Party
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমাজবাদী পাৰ্টি” প্ৰবন্ধৰ সংশোধন ৬২৯৬৭৯ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।